You don't have javascript enabled. Please Enabled javascript for better performance.

প্ৰাগজ্যোতিষৰ জিলিঙনি

কোনো এক সভ্যতাৰ অতীতে প্ৰতিফলিত কৰে সেই সভ্যতাৰ চহকী ঐতিহ্য। ইয়াৰ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে। অসম চৰকাৰৰ পুৰাতাত্ত্বিক সঞ্চালকালয়ৰ উদ্যোগত আৰু মাই গভ অসমৰ সহযোগত প্ৰস্তুত কৰা ‘প্ৰাগজ্যোতিষৰ জিলিঙনি’ শীৰ্ষক এক খণ্ডভিত্তিক তথ্যচিত্ৰ। অসমৰ চহকী ঐতিহ্য আৰু ইয়াৰ বিশেষত্বসমূহৰ প্ৰসাৰৰ উদ্দেশ্য পুৰাতাত্ত্বিক সঞ্চালকালয়ৰ দ্বাৰা নিৰ্মিত এই খণ্ডভিত্তিক তথ্যচিত্ৰৰ সহায়ত বিশেষজ্ঞ ব্যক্তিসকলৰ সমলৰ যোগেদি অসম বুৰঞ্জীৰ লগত জড়িত বহু দিশৰ উমান পোৱা যাব।