You don't have javascript enabled. Please Enabled javascript for better performance.

সমাজ কল্যাণ বিভাগ

সমাজত শিশু, মহিলা আৰু দিব্যাঙ্গ ব্যক্তি সকলক সন্মান সহকাৰে আৰু উচিত মৰ্য্যাদাৰে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ সহায়ৰ হাত আগবঢ়োৱা এই বিভাগৰ এক মুখ্য কৰ্তব্য। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সমূহীয়া প্ৰচেষ্টা যোগে এই সকল ব্যক্তিক ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিকৰণো ইয়াৰ এক মূল উদ্দেশ্য।

এই বিভাগত সমাজৰ অৱহেলিত আৰু অসুৰক্ষিত লোকৰ সুৰক্ষা আৰু শিশু, মহিলা আৰু দিব্যাঙ্গ জনৰ সুবিধাৰ্থে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে।