You don't have javascript enabled. Please Enabled javascript for better performance.

প্ৰেৰণাময় অসম

সমাজৰ বিভিন্ন দিশত বহু লোকে এনে কিছু কাম নীৰৱে কৰি আছে যিয়ে অসমখনক বিভিন্ন ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাত অৰিহণা যোগাইছে। আমাৰ চাৰিওদিশে আছে এনে কিছুমান সফল কাহিনী, যি আমাৰ সকলোৰে বাবে হৈ পৰে অনুপ্ৰেৰণাৰ এক উৎস। এই শিতানত আগবঢ়োৱা হৈছে অধ্যৱসায় আৰু কঠোৰ শ্ৰমেৰে ভৰা তেনে কিছুমান সফল কাহিনীয়েই।