You don't have javascript enabled. Please Enabled javascript for better performance.

শিক্ষা বিভাগ, অসম চৰকাৰ

প্ৰাথমিক শিক্ষা সঞ্চলকালয় আৰু উচ্চ শিক্ষা সঞ্চলকালয়েৰে গঠিত অসম চৰকাৰৰ শিক্ষা বিভাগে অসমৰ শিক্ষা ব্যৱস্থাৰ যোগাত্মক পৰিৱৰ্তনৰ দিশত বিভিন্ন কাম কৰি আহিছে। প্ৰাথমিক শিক্ষা সঞ্চলকালয়ে ৰাজ্যৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ বিকাশ, পৰিদৰ্শন, নিয়ন্ত্ৰণ, প্ৰসাৰ আৰু মুল্যাংকণ কৰে। উচ্চ শিক্ষা সঞ্চলককালয়ে বিশ্ববিদ্যালয়, চৰকাৰী মহাবিদ্যালয়, অসম প্ৰকাশন পৰিষদ, স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়, অসম সংস্কৃত বোৰ্ড, সংস্কৃত আৰু পালি প্ৰাকৃত টোল আদিৰ কাম কাজ নিয়ন্ত্ৰণ কৰে।