You don't have javascript enabled. Please Enabled javascript for better performance.

ক’ভিডৰ প্ৰতিকূল সময়ত নতুন দক্ষতা অৰ্জনেৰে আত্মনিৰ্ভৰশীল ব্যক্তিসকল

Start Date: 13-07-2021
End Date: 15-08-2021

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি সৃষ্টি হৈছে এক প্ৰতিকূল ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
ক’ভিডৰ প্ৰতিকূল সময়ত নতুন দক্ষতা অৰ্জনেৰে আত্মনিৰ্ভৰশীল ব্যক্তিসকল

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি সৃষ্টি হৈছে এক প্ৰতিকূল তথা ভয়াৱহ পৰিস্থিতি। মৃত্যু বিভীষিকাৰ সমান্তৰালভাৱে আৰ্থিকভাৱে কোঙা হৈ পৰিছে অজস্ৰজন ৷ এই দুঃসময়ৰ মোকাবিলা কৰিবলৈ আন প্ৰান্তৰ দৰে আমাৰ ৰাজ্যৰো যুৱপ্ৰজন্মৰ কিছুসংখ্যকে দক্ষতা বিকাশেৰে স্বাৱলম্বিতাৰ নতুন পথ মোকলাই লোৱা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ‘আত্মনিৰ্ভৰ ভাৰত‘ অভিযানৰ দ্বাৰা অনুপ্ৰাণিত হৈ ন ন কৌশল, উদ্ভাৱনীমূলক চিন্তা-চৰ্চাৰে বিভিন্ন দিশত কৰ্মব্যস্ত হৈছে।

যদি আপুনিও বা আপোনাৰ কোনোবা পৰিচিত ব্যক্তিয়ে কোনো নতুন দক্ষতা অৰ্জন কৰি বিভিন্নজনক আদৰ্শৰ বাট দেখুৱাবলৈ সক্ষম হৈছে তেন্তে তেনে ব্যক্তিৰ তথা তেওঁৰ কৰ্মৰাজিৰ ফটো অথবা ভিডিঅ’সহ সবিশেষ লিখি আমাৰ সৈতে শ্বেয়াৰ কৰক।

#iamAtmanirbhar ব্যৱহাৰ কৰি সামাজিক মাধ্যমত ফটো অথবা ভিডিঅ' আপলোড কৰক আৰু 'মাই গভ অসম'ক টেগ কৰক অথবা তলৰ মন্তব্য শাখাৰ যোগেদিও ফটো/ভিডিঅ' প্ৰেৰণ কৰিব পাৰিব।

প্ৰেৰণ কৰা আদৰ্শনীয় কৰ্মৰাজি তথা তথ্যসমূহ 'মাই গভ অসম'ৰ সামাজিক মাধ্যমসমূহৰ জৰিয়তে প্ৰকাশ কৰা হ’ব।

অন্তিম দিন : ১৫ আগস্ট,২০২১

সকলো মন্তব্য
মুঠ অৱদান ( 10) অনুমোদিত অৱদানসমূহ (9) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (1) জমা বন্ধ
Reset
9 তথ্য পোৱা গ’ল
660

DibyajyotiDeka 2 বছৰ 9 হিচাপপূৰ্বে

সৰুৰে পৰা জীৱ জন্তু আৰু প্রকৃতিৰ লগত এটা আত্মিক সম্বন্ধ আছিল । সেইগতিকে ২০১৮ বৰ্ষত সেই সম্বন্ধ জীৱিকালৈ পৰিৱৰ্তিত হৈ অসমবাসী ৰাইজৰ মাজত Kapili Agrovet Farm নামেৰে পৰিচিত হয়। ভৱিষ্যতে মাংস,গাখীৰ আৰু পশু খাদ্যৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক বৃহৎ ৰূপত গঢ় দিয়াৰ পৰিকল্পনা কৰা হৈছে ।

600

BidyutJyotiKalita 2 বছৰ 9 হিচাপপূৰ্বে

২০১৯ চনৰ ১১ ডিচেম্বৰত চান্দমাৰীত 'ভুৰুকা' নামেৰে এখন অসমীয়া পিঠা-পনা-জলপান আৰু ভিন্ন চাহৰ বিপনী আৰম্ভ কৰো । কোভিদ সদৃশ পৰিবেশৰ মাজতে অসমবাসী ৰাইজৰ মৰম আৰু সহযোগিতাৰে ভুৰুকা অব্যাহত আছে । ভুৰুকাৰ মূল লক্ষ্য হ'ল হেৰাই যাব ধৰা পিঠা-পনা, জলপানৰ দৰে লঘু অসমীয়া খাদ্যক সগৌৰৱে জীয়াই ৰখা আৰু উত্তৰণ ঘটোৱা ।

8220

Parag saikia 2 বছৰ 9 হিচাপপূৰ্বে

প্ৰতিটো পৰিয়ালে নিজস্ব প্ৰয়োজনীয় সামগ্ৰীসমূহ উৎপাদন কৰি ল'লেও আত্ম- নিৰ্ভৰশীল হৈ সুস্থভাৱে থাকিব পাৰি৷ সেই চিন্তাধাৰাৰে পৰিচালিত হৈ, এজন শিক্ষক হিচাপে ক'ৰনাকালত নিয়মিত অনলাইন পাঠদানৰ সমান্তৰালকৈ নিজাকৈ পুখুৰীত মৎস্য উৎপাদন- পথাৰত ধানখেতি, বাৰীত পাচলি, ফলমুল আদি উৎপাদন কৰি আমি স্বাৱলম্বী হৈ সুন্দৰভাবে চলি আছো৷

8220

Parag saikia 2 বছৰ 9 হিচাপপূৰ্বে

প্ৰতিটো পৰিয়ালে নিজস্ব প্ৰয়োজনীয় সামগ্ৰীসমূহ উৎপাদন কৰি ল'লেও স্ব-নিৰিভৰশীল হৈ সুস্থভাৱে থাকিব পাৰি৷ সেই চিন্তাধাৰাৰে পৰিচালিত হৈ, এজন শিক্ষক হিচাপে ক'ৰনাকালত নিয়মিত অনলাইন পাঠদানৰ সমান্তৰালকৈ নিজাকৈ পুখুৰীত মৎস্য উৎপাদন- পথাৰত ধানখেতি, বাৰীত পাচলি, ফলমুল আদি উৎপাদন কআমি স্বাৱলম্বী হৈ সুন্দৰভাবে চলি আছো৷