You don't have javascript enabled. Please Enabled javascript for better performance.

হিতাধিকাৰীৰ বক্তব্য

ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহে অসমৰ জনসাধাৰণৰ বাবে কঢ়িয়াই আনিছে সুখৰ বতৰা। দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়াকৈ অসমৰ বিভিন্ন প্ৰান্তত যোগ্যজনৰ বাবে ৰূপায়িত হৈ থকা এই আঁচনিসমূহে ৰাজ্যখনৰ দৰিদ্ৰ জনতাক উপকৃত কৰিছে। অসমৰ বিভিন্ন জিলাত চৰকাৰৰ আঁচনিসমূহৰ হিতাধিকাৰীসকলে আগ্ৰহেৰে ব্যক্ত কৰিছিল নিজৰ মনৰ বতৰা।