You don't have javascript enabled. Please Enabled javascript for better performance.

মৰিগাঁৱৰ বিকাশ বৰদলৈৰ অভিনৱ ব্যায়ামাগাৰ

Start Date: 07-11-2020
End Date: 30-11-2023
নিজকে সুস্থ আৰু সবল কৰি ৰখাৰ ক্ষেত্ৰত বৰ্তমান সময়ত বহু লোক শৰীৰ চৰ্চাৰ দিশটোৰ প্ৰতি আকৃষ্ট হোৱা দেখা গৈছে। যোগাসন, প্ৰাতঃ তথা সান্ধ্য ভ্ৰমণ, সাঁতোৰ, চাইক্লিং আদি বিভিন্ন শাৰীৰিক অনুশীলনৰ যোগেদি নিজকে সু-স্বাস্থ্যৰ গৰাকী কৰি ৰাখিব বিচৰাটোত প্ৰায়ভাগ লোকেই ধ্যান দিয়া দেখা যায়। কিন্তু নিজ উদ্ভাৱনী কৌশলৰ দ্বাৰা আমাৰ বিভিন্ন কামত ব্যৱহৃত সা-সৰঞ্জামৰ সহায়ত ঘৰতে এটা ব্যায়ামাগাৰ! মৰিগাঁৱৰ যুৱক বিকাশ বৰদলৈয়ে অভিনৱ উপায়েৰে ঘৰতে সাজি উলিয়াইছে এটা ব্যায়ামাগাৰ, য'ত তেওঁ নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰে। কিন্তু অইনৰ দৰে ইয়াত নাই সাধাৰণতে ব্যৱহৃত ব্যায়ামাগাৰৰ সা-সৰঞ্জামসমূহ। তাৰ পৰিৱৰ্তে আমাৰ নিত্য ব্যৱহৃত সামগ্ৰীৰ দ্বাৰা সাজি উলিওৱা হৈছে এই ব্যায়ামাগাৰ। কেনেকৈ? চাও আহক এই ভিডিঅ’ -
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
17 তথ্য পোৱা গ’ল
3541990

BrahmDevYadav 1 বছৰ 6 হিচাপপূৰ্বে

We are the most youthful nation in the world but simply that is not enough. It is necessary to arm our youth with the relevant knowledge and skill that will convert this mammoth potential to desired results. Youths of Assam should go ahead in their goal for social and economic development of the state.

3541990

BrahmDevYadav 1 বছৰ 6 হিচাপপূৰ্বে

Developing entrepreneurial skills in young people can be a multi-faceted and sophisticated response to the problem of youth people unemployment and creative urge. It is about enabling young people to draw from business techniques to create a social purpose enterprise in a financially sustainable way.

3541990

BrahmDevYadav 1 বছৰ 6 হিচাপপূৰ্বে

Positive thinking or an optimistic attitude is the practice of focusing on the good in any given situation. It can have a big impact on our physical and mental health. We should do the work in a positive manner and every citizen of Assam should create new innovative ideas and planning in the interest of the state.