You don't have javascript enabled. Please Enabled javascript for better performance.

মৰিগাঁৱৰ বিকাশ বৰদলৈৰ অভিনৱ ব্যায়ামাগাৰ

Start Date: 07-11-2020
End Date: 30-11-2023
নিজকে সুস্থ আৰু সবল কৰি ৰখাৰ ক্ষেত্ৰত বৰ্তমান সময়ত বহু লোক শৰীৰ চৰ্চাৰ দিশটোৰ প্ৰতি আকৃষ্ট হোৱা দেখা গৈছে। যোগাসন, প্ৰাতঃ তথা সান্ধ্য ভ্ৰমণ, সাঁতোৰ, চাইক্লিং আদি বিভিন্ন শাৰীৰিক অনুশীলনৰ যোগেদি নিজকে সু-স্বাস্থ্যৰ গৰাকী কৰি ৰাখিব বিচৰাটোত প্ৰায়ভাগ লোকেই ধ্যান দিয়া দেখা যায়। কিন্তু নিজ উদ্ভাৱনী কৌশলৰ দ্বাৰা আমাৰ বিভিন্ন কামত ব্যৱহৃত সা-সৰঞ্জামৰ সহায়ত ঘৰতে এটা ব্যায়ামাগাৰ! মৰিগাঁৱৰ যুৱক বিকাশ বৰদলৈয়ে অভিনৱ উপায়েৰে ঘৰতে সাজি উলিয়াইছে এটা ব্যায়ামাগাৰ, য'ত তেওঁ নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰে। কিন্তু অইনৰ দৰে ইয়াত নাই সাধাৰণতে ব্যৱহৃত ব্যায়ামাগাৰৰ সা-সৰঞ্জামসমূহ। তাৰ পৰিৱৰ্তে আমাৰ নিত্য ব্যৱহৃত সামগ্ৰীৰ দ্বাৰা সাজি উলিওৱা হৈছে এই ব্যায়ামাগাৰ। কেনেকৈ? চাও আহক এই ভিডিঅ’ -
সকলো মন্তব্য
আলাপ আলোচনা
Reset
3 তথ্য পোৱা গ’ল
193110

Susanta Kumar Pattnaik 2 সপ্তাহ 1 দিন পূৰ্বে

Youth spirit and enthusiasm causes passion is unending.Passion is out of emotional involvement with a specific object or subject and this makes individual promotion in positive attitude or negativity in habits.Passions are breeding ground for innovative and rennovative ideas to acellerate society and a parameter to National unity and uniformity,integrity and sovereignty, upward progress and developmental opportunities.It ensure better livelihood pattern and regulates economic allocations.