সমাজ কল্যাণ বিভাগ
- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
সমাজ কল্যাণ বিভাগ
সমাজত শিশু, মহিলা আৰু দিব্যাঙ্গ ব্যক্তি সকলক সন্মান সহকাৰে আৰু উচিত মৰ্য্যাদাৰে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ সহায়ৰ হাত আগবঢ়োৱা এই বিভাগৰ এক মুখ্য কৰ্তব্য। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সমূহীয়া প্ৰচেষ্টা যোগে এই সকল ব্যক্তিক ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিকৰণো ইয়াৰ এক মূল উদ্দেশ্য।
এই বিভাগত সমাজৰ অৱহেলিত আৰু অসুৰক্ষিত লোকৰ সুৰক্ষা আৰু শিশু, মহিলা আৰু দিব্যাঙ্গ জনৰ সুবিধাৰ্থে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে।