You don't have javascript enabled. Please Enabled javascript for better performance.

গুৱাহাটীৰ সমীপৰ এক উল্লেখযোগ্য পুৰাতাত্ত্বিক স্থলী কাজলিচকী

Start Date: 03-12-2020
End Date: 31-12-2023
শেষ মধ্যযুগৰ আহোম সাম্ৰাজ্যৰ এক মুখ্য প্ৰতিৰক্ষা দুৰ্গ হিচাবে জনা গৈছিল কাজলিচকী পুৰাতাত্ত্বিক স্থান ৷ আহক এইবাৰৰ প্ৰাগজ্যোতিষৰ জিলিঙনিত চন্দ্ৰপুৰৰ এই ইতিহাসপ্ৰসিদ্ধ স্থানটিৰ বিষয়ে কিছু কথা জানো ৷
সকলো মন্তব্য
আলাপ আলোচনা