You don't have javascript enabled. Please Enabled javascript for better performance.

কানাই বৰশীবোৱা শিলালিপি

Start Date: 10-12-2020
End Date: 31-12-2023
উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ মন্দিৰৰ ওচৰত অৱস্থিত কানাই বৰশীবোৱা শিলাখণ্ডত খোদিত হৈ থকা ফলি খন হৈছে বৰ্তমানলৈ আৱিষ্কৃত অসমীয়া লিপিৰ প্ৰথম ফলি। কানাই বৰশীবোৱা শিলালিপি অসমীয়া লিপি আৰু প্ৰাচীন অসমৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ‘প্ৰাগজ্যোতিষৰ জিলিঙনি’ৰ এইবাৰৰ খণ্ডত গম লও আহক কানাই বৰশীবোৱা শিলালিপিৰ সবিশেষ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
12 তথ্য পোৱা গ’ল