You don't have javascript enabled. Please Enabled javascript for better performance.

মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ দ্বাৰা লাভাম্বিত সৰ্থেবাৰীৰ কাঁহ-পিতল উদ্যোগ

Start Date: 04-01-2021
End Date: 31-01-2024
সৰ্থেবাৰীৰ কাঁহ-পিতল শিল্পই অসমৰ থলুৱা উদ্যোগ জগতখনলৈ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। বহু কষ্টেৰে নিজস্ব দক্ষতাৰে অসমৰ স্বাভিমান ৰক্ষা কৰি অহা এইসকল থলুৱা শিল্পীক উপযুক্ত মৰ্যাদা প্ৰদানৰ লগতে এই শিল্পকৰ্মটিৰ বিকাশ সাধনৰ উদ্দেশ্যে অসম চৰকাৰে শেহতীয়াকৈ ‘মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনি‘ৰ অধীনত ১ কোটি টকা প্ৰদান কৰে। অসম চৰকাৰৰ এই পদক্ষেপে থলুৱা উদ্যোগটোৰ উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে । অনাগত দিনত আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ দিশত সৰ্থেবাৰীৰ কাঁহ-পিতল উদ্যোগে শক্তিশালী অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে ।
সকলো মন্তব্য
আলাপ আলোচনা
Reset
2 তথ্য পোৱা গ’ল