You don't have javascript enabled. Please Enabled javascript for better performance.

মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ দ্বাৰা লাভাম্বিত সৰ্থেবাৰীৰ কাঁহ-পিতল উদ্যোগ

Start Date: 04-01-2021
End Date: 31-01-2024
সৰ্থেবাৰীৰ কাঁহ-পিতল শিল্পই অসমৰ থলুৱা উদ্যোগ জগতখনলৈ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। বহু কষ্টেৰে নিজস্ব দক্ষতাৰে অসমৰ স্বাভিমান ৰক্ষা কৰি অহা এইসকল থলুৱা শিল্পীক উপযুক্ত মৰ্যাদা প্ৰদানৰ লগতে এই শিল্পকৰ্মটিৰ বিকাশ সাধনৰ উদ্দেশ্যে অসম চৰকাৰে শেহতীয়াকৈ ‘মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনি‘ৰ অধীনত ১ কোটি টকা প্ৰদান কৰে। অসম চৰকাৰৰ এই পদক্ষেপে থলুৱা উদ্যোগটোৰ উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে । অনাগত দিনত আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ দিশত সৰ্থেবাৰীৰ কাঁহ-পিতল উদ্যোগে শক্তিশালী অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
30 তথ্য পোৱা গ’ল
3642690

BrahmDevYadav 1 বছৰ 7 হিচাপপূৰ্বে

most of the villagers of Assam State are dependent on this bell metal industry. Their source of earning has been hit badly. Many of their children left for Kerala to do manual work but they too have lost work now due to COVID-19 pandemic situation. Education of their children has also been severely affected. So they all need some urgent financial assistance from the government of Assam as there is no hope of any early resumption of their work.

3642690

BrahmDevYadav 1 বছৰ 7 হিচাপপূৰ্বে

Which craft is popular in Assam?
The distinctive style has made Asarikandi an ethnic art brand in India. Asarikandi is also known for its sola pith craft,made from the soft core of a special kind of reed. Terracotta as a medium has dominated the handicraft scene of Assam since time immemorial.