You don't have javascript enabled. Please Enabled javascript for better performance.

সাম্প্ৰতিক সময়ছোৱাত - ৰাজ্যৰ প্ৰচুৰ সম্ভাৱনাময় ক্ষেত্ৰসমূহ

Start Date: 25-05-2020
End Date: 31-12-2020

ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশজুৰি উদ্ভৱ হৈছে এক জটিল ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
Bharatiya Kisan Sangha || Making difference at grassroots

ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশজুৰি উদ্ভৱ হৈছে এক জটিল পৰিস্থিতিৰ। দেশবাসীৰ সুৰক্ষাৰ স্বাৰ্থত ইতিমধ্যে চতুৰ্থ সপ্তাহৰ বাবেও বৃদ্ধি কৰিব লগীয়া হৈছে লকডাউন । যাৰ পৰিপ্ৰেক্ষিতত অন্যান্য সমস্যাৰ লগতে ভাবুকি নামি আহিছে দেশৰ অৰ্থনৈতিক দিশটোৰ প্ৰতি ।

লকডাউনৰ ফলত সৃষ্টি হোৱা বৃ্হৎ অৰ্থনৈতিক ক্ষতিৰ পৰিপ্ৰেক্ষিতত দেশত উদ্ভৱ হ’বলৈ লোৱা ভয়াৱহ পৰিস্থিতিত দেশবাসীক অনুপ্ৰেৰণা যোগাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই । এই গভীৰ সংকটকালত “আত্মনিৰ্ভৰ ভাৰত অভিযান”ৰ পোষকতা কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ দেশবাসীক স্ব-নিৰ্ভৰশীলতাৰ দিশে আগুৱাই যাবলৈ আহ্বান জনাইছে । বিশেষকৈ স্বদেশী তথা থলুৱা সামগ্ৰীৰ উৎপাদন তথা প্ৰসাৰৰ ক্ষেত্ৰত অতি নিষ্ঠাৰে মনোনিৱেশ কৰি কঠোৰ পৰিশ্ৰমৰ যোগেদি নিজৰ লগতে দেশৰ অৰ্থনৈতিক স্থিতি শক্তিশালীকৰণৰ হকে সকলোকে কাম কৰি যাবলৈ আহ্বান জনাইছে ।

এনে সময়ছোৱাত কৃষি, উদ্যোগ, পশু-পালন, হস্ততাঁত-বস্ত্ৰশিল্প ইত্যাদিকে ধৰি বিভিন্ন খণ্ড প্ৰচুৰ সম্ভাৱনাময় ক্ষেত্ৰৰূপে প্ৰতিপন্ন হোৱাৰ দিশে আগবাঢ়িব বুলি আশা প্ৰকাশ কৰা হৈছে। আগন্তুক সময়ছোৱাত ৰাজ্যৰ কোনকেইটা খণ্ডই প্ৰচুৰ সম্ভাৱনীয়তা কঢ়িয়াই আনিব বুলি আপুনি ভাবে?

আপোনাৰ মতামত আমালৈ প্ৰেৰণ কৰক। তলত মন্তব্য আকাৰে আপোনাৰ মতামত প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
210 তথ্য পোৱা গ’ল

Bhargav Pratim Saikia 5 বছৰ 5 হিচাপপূৰ্বে

Along with production, developing market is also imp
1)Make mandatory for every State Owned organisation to use at least 30% locally made products of their daily uses.
2)Develop a web portal where locally made products can be sold.
3) Make mandatory for all shopping malls operating in the state to keep at least 10% locally made products.
4)Methods to produce Organic Manure like Vermicompost should be promoted & encouraged. Then only the dream to become an organic state could be realised.

Bhargav Pratim Saikia 5 বছৰ 5 হিচাপপূৰ্বে

Many village economies are badly affected by Monkeys. This issue should be properly addressed. Or we should come up with plans of agriculture which cannot be affected by monkeys.
Though it sounds funny, it is a serious issue to be deal with...

Bhargav Pratim Saikia 5 বছৰ 5 হিচাপপূৰ্বে

Barbers, electricians, plumbers, painters, woodworks~ these skills should impart as these sectors have a large potential to absorb unemployed Youths. Make an informal association of indigenous people who are already working in these fileds, say for barbers of Majuli, & vest them the duty to train other youths from different places. This will infuse জাতিয়তাবাদী in real sense. Alongwith A proper channel should develop to pass informations.

JAYANTA TOPADAR 5 বছৰ 5 হিচাপপূৰ্বে

To sensitize Atmanirbhar Bharat Abhiyan, the many historical spots of the Assam need to be revamped with more innovative projects and more global panorama. More films and documentariesneed to be financed by the Central government so as to upgrade and develop the infrasctural strategic management. Tourism sector has more promising opportunity.

Nabajyoti Baruah 5 বছৰ 5 হিচাপপূৰ্বে

উত্তৰ পূৰ্বাঞ্চলত প্ৰায় ১লাখ মেট্ৰিক টন ৰবৰ উৎপন্ন হয় ৷ অসমত ইয়াৰ ৫ শতাংশ ৰবৰো ব্যৱহাৰ কৰিব পৰা নাই৷আমাৰ দেশত ৰবৰৰ পৰা প্ৰায় ৩৫০০০ বিধ সামগ্ৰী উৎপাদন কৰা হয়৷ ৰবৰ বেণ্ডৰ পৰা, বেলুন, ডাক্তৰে ব্যৱহাৰ কৰা হাতমোজা গাড়ীৰ ডাঙৰ টায়াৰ টিউবলৈকে অজস্ৰ সামগ্ৰী তৈয়াৰ কৰা হয়৷ ৰবৰ উদ্যোগেই হ'ল MSME খণ্ডত উল্লেখযোগ্য উদ্যোগ৷ বৰ্তমান পৰিস্থিতিত চৰকাৰৰ সহযোগত থলুৱা উদ্যোগপতিয়ে ৰবৰ ভিত্তিক উদ্যোগ প্ৰতিস্থা কৰি নিবনুৱা যুৱক যুৱতী সকলক সংস্থাপনৰ দিহা কৰিব পাৰে৷ চৰকাৰে উৎপাদিত সামগ্ৰী বিপননৰ ব্যৱস্থা

abhishek yadav 5 বছৰ 5 হিচাপপূৰ্বে

मुझे लगता है कि कोरोना को हराने के लिए सभी लोगो में समझ होनी बहुत जरूरी है अगर सभी लोग इसे सही ढंग से समझ सके तो इसको हराने में सबसे बड़ी मदद मिलेगी यही इसकी सबसे बड़ी कमजोरी है लोगों में आपस में दूरी और अपने खान में बदलाव करना होगा जितने आज हम करेंगे उतना कल हम जल्दी छुटकारा पायेंगे

Prasanta Barua 5 বছৰ 5 হিচাপপূৰ্বে

There are planty of scope for natural rubber industries.There are MSME SECTOR OR EVEN TYRE SECTOR.At present in NE Region more than 100000 MT natural rubbers produced.From this region this raw material has gone to easter India and north India up to Punjab but there are no industries in Assam.At present in Assam itself about 30000 MT produced.If there are few industries in Assam, farmers will get better price.In MSME sector if industries established marketing will have to be looked after by Govt.