You don't have javascript enabled. Please Enabled javascript for better performance.

সাহসী কিশোৰ কমল কৃষ্ণ দাসৰ কথাৰে

Start Date: 18-11-2020
End Date: 30-11-2023
ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰে সন্মানিত এগৰাকী সাহসী কিশোৰ কমল কৃষ্ণ দাস ৷ ২০১৮ চনৰ ৫ ছেপ্তেম্বৰৰ দিনা ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হোৱা এটা ভয়াৱহ নাও দুৰ্ঘটনাত মাতৃ আৰু পেহীয়েকৰ প্ৰাণ ৰক্ষা কৰি সাহসিকতাৰ এক বলিষ্ঠ নিদৰ্শন দাঙি ধৰিছিল উত্তৰ গুৱাহাটীৰ এই কিশোৰগৰাকীয়ে ৷ এই সাহস আৰু বুদ্ধিমত্তাৰ বাবে তেওঁক চলিত বৰ্ষত সাহসিকতা বঁটাৰে সন্মানিত কৰে কেন্দ্ৰীয় চৰকাৰে ৷ শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ সাঁতুৰি এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হোৱা কমল কৃষ্ণ দাসৰ বিষয়ে এটি ভিডিঅ'ৰ জৰিয়তে কিছু কথা জানোঁ আহক
সকলো মন্তব্য
আলাপ আলোচনা