You don't have javascript enabled. Please Enabled javascript for better performance.

বাঁহ-বেতৰ শিল্পৰে জীৱন গঢ়িছে নলবাৰীৰ ধীৰাজ ৰাজবংশীয়ে

Start Date: 07-01-2021
End Date: 31-01-2024
অসমৰ এক অন্যতম আপুৰুগীয়া শিল্প হ’ল বাঁহ-বেতৰ শিল্প ৷ ২০১০ চনৰে পৰা নলবাৰীৰ উদ্যমী যুৱক ধীৰাজ ৰাজবংশীয়ে পিতৃ ধনেশ্বৰ ৰাজবংশীৰ সহযোগিতাত বাঁহ-বেতৰ শিল্পৰ সৈতে নিজকে জড়িত কৰি আহিছে ৷ এই শিল্পৰ সৈতে আত্মনিয়োগ কৰি স্বাৱলম্বী হোৱা উদ্যমী যুৱকগৰাকীয়ে অসম চৰকাৰৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ পৰা ঋণ লাভ কৰি নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ দিশত যথেষ্ট সঁহাৰি লাভ কৰে ৷
সকলো মন্তব্য
আলাপ আলোচনা