Start Date: 02-11-2021
End Date: 25-11-2024
যান-বাহনৰ গতিবেগ সন্দৰ্ভত মতামত তথা পৰামৰ্শ প্ৰেৰণৰ আহ্বান ...
বিতং তথ্য চাওক
বিতং তথ্য গোপন কৰক
যান-বাহনৰ গতিবেগ সন্দৰ্ভত মতামত তথা পৰামৰ্শ প্ৰেৰণৰ আহ্বান লোকনিৰ্মাণ (পথ) বিভাগ, অসমৰ দ্বাৰা জনতাৰ চৰকাৰ মাই গভ অসমৰ সহযোগত পথ সুৰক্ষা সম্পৰ্কত বিভাগটোৰ অধীনস্থ পথসমূহৰ (ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে) ওপৰত সকলো শ্ৰেণীৰ বাহন চলাচলৰ ক্ষেত্ৰত সৰ্বোচ্চ গতিবেগ নিৰ্ধাৰণৰ উদ্দেশ্যে এখন নতুন খচৰা অধিসূচনা (Draft Notification) জাৰি কৰাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে। এই সম্পর্কত পথ সুৰক্ষাৰ দিশত সচেতন নাগৰিকসকলৰ অংশগ্রহণেৰে এক বিশেষ পদক্ষেপেৰে খচৰা অধিসূচনাখন প্রস্তুত কৰিবলৈ মনস্থ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে আন পথসমূহৰ ক্ষেত্ৰত সৰ্বোচ্চ গতিবেগৰ সূচকসহ অধিসূচনাৰ খচৰা নিম্ন উল্লেখিত ধৰণে প্ৰস্তুত কৰা হৈছে। পথৰ শ্ৰেণী------------------------------------- সৰ্বাধিক গতি (কিঃমিঃ/ঘণ্টা) পথ বিভাজন থকা ৪ লেনযুক্ত পথ-------------- ৮০ সমতল এলেকাৰ ২ লেনযুক্ত (৭ মিটাৰ বহল) পথৰ লগতে পকী দাঁতি সংলগ্ন পথ--------------------------------------------- ৭০ সমতল এলেকাৰ পকী দাঁতিবিহীন ২ লেনযুক্ত (৭ মিটাৰ বহল)পথ--- ৬০ সমতল এলেকাৰ পকী দাঁতি সংলগ্ন থকা বা নথকা ইণ্টাৰমেডিয়েট লেনযুক্ত (৫.৫ মিটাৰ বহল) পথ------------------------------ ৫০ সমতল এলেকাৰ এক লেনযুক্ত (৩.৭৫ মিটাৰ বহল) পথ--------- ৪০ গুৱাহাটী মহানগৰীৰ এলেকাৰ ভিতৰত ভৌতিক মধ্যমাৰ দ্বাৰা পৃথকীকৃত পথ- ৫০ গুৱাহাটী মহানগৰ আৰু আন পৌৰসভা/নগৰ এলেকাৰ অন্তর্গত আন পথ- ৪০ গাঁও, শিক্ষা প্রতিষ্ঠান আদিৰ লগতে আৰক্ষী কর্তৃপক্ষৰদ্বাৰা চিহ্নিত স্পর্শকাতৰ এলেকা আৰু ইয়াৰ সমীপৱর্তী পথ----------------------------- ৩০ অতি জনবহুল বজাৰ এলেকাৰ পথ-------------------------- ২০ পাহাৰীয়া এলেকাৰ ২ লেনযুক্ত (৭মিটাৰ বহল) পথ------------------- ৫০ পাহাৰীয়া এলেকাৰ ইণ্টাৰমিডিয়েট লেনযুক্ত (৫.৫ মিটাৰ বহল) পথ---- ৪০ পাহাৰীয়া এলেকাৰ এক লেনযুক্ত (৩.৭৫ মিটাৰ বহল) পথ------- ৩০ উপর্যুক্ত বিভিন্ন পথভেদে নির্ধাৰিত সর্বোচ্চ গতিৰ সম্পর্কত প্রাক-অধিসূচনা পর্যায়ৰ পৰামর্শমূলক প্রক্রিয়া হিচাপে পথ সুৰক্ষাৰ প্রতি সচেতন নাগৰিকসকলক পৰামৰ্শ/ মন্তব্য প্ৰেৰণৰ বাবে অনুৰোধ জনোৱা হৈছে। আপোনাৰ বহুমূলীয়া মতামত/পৰামৰ্শ তলত মন্তব্য আকাৰে আগবঢ়াব পাৰে। মন্তব্য আগবঢ়োৱাৰ অন্তিম তাৰিখ : ২৫ নৱেম্বৰ, ২০২১। পৰামর্শ/মতামত আগবঢ়োৱাসকলে নাম, ঠিকনা, কর্ম পদবী তথা যোগাযোগৰ নম্বৰ উল্লেখ কৰাটো বাঞ্ছনীয়। অন্যথা তেখেতসকলৰ মতামত/পৰামর্শ মূল্যায়নৰ ক্ষেত্রত বিবেচিত নহ’ব।
BrahmDevYadav 1 বছৰ 1 monthপূৰ্বে
What are the main problems of transport in Assam?
Poor Infrastructure:-
One of the biggest challenges facing rail transport in Assam is the poor infrastructure. Many of the railway tracks are getting old and in need of repair. The rail network in the state is also inadequate with many remote areas lacking proper connectivity.
Andaluri Srinivas 1 বছৰ 1 monthপূৰ্বে
If roads are bad, no need to have speed breakers
K K Singhal 1 বছৰ 2 হিচাপপূৰ্বে
He could initiate this process in West Bengal by following the foot step of Bangladesh by uniting the educated class including student to uprise a moment against Bengal CM who is responsible to promote Islamisation of the state by inviting invaders from neighbouring country’s for vote bank politics, much against the interests of india, Indian people & sanatan culture. She is bent upon to destroy sanatan & its values, which is backbone of heritage of this country. No other way is working her exit
K K Singhal 1 বছৰ 2 হিচাপপূৰ্বে
Assam & west Bengal are going out of control in demographics thereby causing ensuing danger for unrest, Islamisation with jihadi movements & dangerous to Indian sovereignty & degeneration of sanatan culture. The thoughtful of dynamic chief minister of Assam is the only person who could provide relief & control this uprising threat.
Gautam prasad Talukdar 1 বছৰ 2 হিচাপপূৰ্বে
যান বাহন চলাই যাওঁতে বহুতো চালকে মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ীচলোৱা চকুত পৰে।এই দিশত প্ৰশাসনে বাৰম্বাৰ সতৰ্কীকৰণ দিয়া দেখা যায় যদিও চালক এচামে গুৰুত্ব প্ৰদান নকৰে। যাৰ ফল প্ৰায়েই দুৰ্ঘটনাৰ সন্মুখীন হবলগীয়া হয়। অন্যমনস্ক এই দিশত মূল কাৰণ।
Lal Bahadur Biswakarma 1 বছৰ 2 হিচাপপূৰ্বে
যদি চৰকাৰে পথ দুৰ্ঘটনা নহওঁক বুলি ভাৱে, তেন্তে driving licence টো বাধ্যতা মুকলক কৰিব লাগে, বিনা driving Licence ৰ গাড়ী কিনিব নোৱাৰি কৰিব লাগে। Driving licence ৰ বিষয়ে সবিশেষ জানিবলৈ https://indiagovtalert.com লৈ যাওক।
Andaluri Srinivas 1 বছৰ 3 হিচাপপূৰ্বে
Go by motor vehicle act
CHANDA NAGARAJU 1 বছৰ 3 হিচাপপূৰ্বে
The formula to calculate this maximum speed is v_max = ωA. In this formula, ω represents the angular frequency of the motion. The angular frequency is related to the period of the motion (the time it takes for one complete cycle) and is calculated as ω = 2π/T, where T is the period.
CHANDA NAGARAJU 1 বছৰ 3 হিচাপপূৰ্বে
The maximum speed on Roads in India will remain at 60 kmph for safety reasons, pending a court verdict.
CHANDA NAGARAJU 1 বছৰ 3 হিচাপপূৰ্বে
Motor Vehicles used for carriage of passengers comprising nine or more seats in addition to the driver's seat is less than 80 KM/Hr