Start Date: 02-11-2021
End Date: 25-11-2024
যান-বাহনৰ গতিবেগ সন্দৰ্ভত মতামত তথা পৰামৰ্শ প্ৰেৰণৰ আহ্বান ...
বিতং তথ্য চাওক
বিতং তথ্য গোপন কৰক
যান-বাহনৰ গতিবেগ সন্দৰ্ভত মতামত তথা পৰামৰ্শ প্ৰেৰণৰ আহ্বান লোকনিৰ্মাণ (পথ) বিভাগ, অসমৰ দ্বাৰা জনতাৰ চৰকাৰ মাই গভ অসমৰ সহযোগত পথ সুৰক্ষা সম্পৰ্কত বিভাগটোৰ অধীনস্থ পথসমূহৰ (ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে) ওপৰত সকলো শ্ৰেণীৰ বাহন চলাচলৰ ক্ষেত্ৰত সৰ্বোচ্চ গতিবেগ নিৰ্ধাৰণৰ উদ্দেশ্যে এখন নতুন খচৰা অধিসূচনা (Draft Notification) জাৰি কৰাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে। এই সম্পর্কত পথ সুৰক্ষাৰ দিশত সচেতন নাগৰিকসকলৰ অংশগ্রহণেৰে এক বিশেষ পদক্ষেপেৰে খচৰা অধিসূচনাখন প্রস্তুত কৰিবলৈ মনস্থ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে আন পথসমূহৰ ক্ষেত্ৰত সৰ্বোচ্চ গতিবেগৰ সূচকসহ অধিসূচনাৰ খচৰা নিম্ন উল্লেখিত ধৰণে প্ৰস্তুত কৰা হৈছে। পথৰ শ্ৰেণী------------------------------------- সৰ্বাধিক গতি (কিঃমিঃ/ঘণ্টা) পথ বিভাজন থকা ৪ লেনযুক্ত পথ-------------- ৮০ সমতল এলেকাৰ ২ লেনযুক্ত (৭ মিটাৰ বহল) পথৰ লগতে পকী দাঁতি সংলগ্ন পথ--------------------------------------------- ৭০ সমতল এলেকাৰ পকী দাঁতিবিহীন ২ লেনযুক্ত (৭ মিটাৰ বহল)পথ--- ৬০ সমতল এলেকাৰ পকী দাঁতি সংলগ্ন থকা বা নথকা ইণ্টাৰমেডিয়েট লেনযুক্ত (৫.৫ মিটাৰ বহল) পথ------------------------------ ৫০ সমতল এলেকাৰ এক লেনযুক্ত (৩.৭৫ মিটাৰ বহল) পথ--------- ৪০ গুৱাহাটী মহানগৰীৰ এলেকাৰ ভিতৰত ভৌতিক মধ্যমাৰ দ্বাৰা পৃথকীকৃত পথ- ৫০ গুৱাহাটী মহানগৰ আৰু আন পৌৰসভা/নগৰ এলেকাৰ অন্তর্গত আন পথ- ৪০ গাঁও, শিক্ষা প্রতিষ্ঠান আদিৰ লগতে আৰক্ষী কর্তৃপক্ষৰদ্বাৰা চিহ্নিত স্পর্শকাতৰ এলেকা আৰু ইয়াৰ সমীপৱর্তী পথ----------------------------- ৩০ অতি জনবহুল বজাৰ এলেকাৰ পথ-------------------------- ২০ পাহাৰীয়া এলেকাৰ ২ লেনযুক্ত (৭মিটাৰ বহল) পথ------------------- ৫০ পাহাৰীয়া এলেকাৰ ইণ্টাৰমিডিয়েট লেনযুক্ত (৫.৫ মিটাৰ বহল) পথ---- ৪০ পাহাৰীয়া এলেকাৰ এক লেনযুক্ত (৩.৭৫ মিটাৰ বহল) পথ------- ৩০ উপর্যুক্ত বিভিন্ন পথভেদে নির্ধাৰিত সর্বোচ্চ গতিৰ সম্পর্কত প্রাক-অধিসূচনা পর্যায়ৰ পৰামর্শমূলক প্রক্রিয়া হিচাপে পথ সুৰক্ষাৰ প্রতি সচেতন নাগৰিকসকলক পৰামৰ্শ/ মন্তব্য প্ৰেৰণৰ বাবে অনুৰোধ জনোৱা হৈছে। আপোনাৰ বহুমূলীয়া মতামত/পৰামৰ্শ তলত মন্তব্য আকাৰে আগবঢ়াব পাৰে। মন্তব্য আগবঢ়োৱাৰ অন্তিম তাৰিখ : ২৫ নৱেম্বৰ, ২০২১। পৰামর্শ/মতামত আগবঢ়োৱাসকলে নাম, ঠিকনা, কর্ম পদবী তথা যোগাযোগৰ নম্বৰ উল্লেখ কৰাটো বাঞ্ছনীয়। অন্যথা তেখেতসকলৰ মতামত/পৰামর্শ মূল্যায়নৰ ক্ষেত্রত বিবেচিত নহ’ব।
Shivam Kumar 1 বছৰ 3 হিচাপপূৰ্বে
In the present time, Assam is a created state, and the way of life and way of life here is very great, aside from this it is trusted that the connections here are areas of strength for exceptionally.
AnimaDas 1 বছৰ 4 হিচাপপূৰ্বে
Some buses, trucks, dump trucks etc. travel at high speed on the national highways. These vehicles should be controlled.
Kush gangwa 1 বছৰ 4 হিচাপপূৰ্বে
kush
pawan 1 বছৰ 4 হিচাপপূৰ্বে
Assam, located in northeastern India, is renowned for its rich cultural heritage, stunning tea gardens, and the mighty Brahmaputra River. <a href="https://yatrakaren.com"> relationship
</a>
pawan 1 বছৰ 4 হিচাপপূৰ্বে
<a href="https://girlnumbers.in"> girl number </a> In today's time, Assam is a developed state, and the culture and lifestyle here is quite good, apart from this it is believed that the relationships here are very strong.
pawan 1 বছৰ 4 হিচাপপূৰ্বে
Assam, located in northeastern India, is renowned for its rich cultural heritage, stunning tea gardens, and the mighty Brahmaputra River. <a href="https://yatrakaren.com">relationship </a>
The state is also known for its diverse wildlife, including the famous Kaziranga National Park, home to the one-horned rhinoceros.
pawan 1 বছৰ 4 হিচাপপূৰ্বে
<a href="https://girlnumbers.in">girl number </a> In today's time, Assam is a developed state, and the culture and lifestyle here is quite good, apart from this it is believed that the relationships here are very strong.
pawan 1 বছৰ 4 হিচাপপূৰ্বে
girlnumbers.in In today's time, Assam is a developed state, and the culture and lifestyle here is quite good, apart from this it is believed that the relationships here are very strong.
Sanjib das 1 বছৰ 4 হিচাপপূৰ্বে
good step
ARIYANASRAFHUSSAINSARKAR 1 বছৰ 4 হিচাপপূৰ্বে
unidentifying area speed breakers are very dangerious