You don't have javascript enabled. Please Enabled javascript for better performance.

শ্ৰীমন্ত শংকৰদেৱ বিষয়ক গদ্য বা পদ্য লিখি আমাৰ সৈতে শ্বেয়াৰ কৰক

Start Date: 29-08-2022
End Date: 05-10-2022

অসমৰ সমাজ জীৱনৰ ভেটি সুদৃঢ় কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসমৰ সমাজ জীৱনৰ ভেটি সুদৃঢ় কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অমূল্য সৃষ্টিৰাজিৰে সৰ্বসাধাৰণৰ মাজত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল। নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষজনাৰ অম্লান আদৰ্শ আৰু জ্ঞানৰ জ্যোতিয়ে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰি তোলাৰ লগতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিছিল। তেৰাৰ জীৱন আদৰ্শ তথা মহৎ বাণীসমূহৰ দ্বাৰা উদ্বুদ্ধ হৈ জগতগুৰুজনাক স্মৰণ কৰাৰ বাবে তেৰাৰ বিষয়ে ৫০-১০০ শব্দৰ ভিতৰত আপোনাৰ অনুভৱ গদ্য বা পদ্য হিচাপে লিখি তলৰ মন্তব্য শাখাত আমাৰ সৈতে শ্বেয়াৰ কৰক।

প্ৰথম শ্ৰেষ্ঠ বিবেচিত ৫জনক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বাক্ষৰ সম্বলিত প্ৰমাণপত্ৰ দিয়া হ'ব৷

মন্তব্যত সম্পূৰ্ণ নাম-ঠিকনা, ম'বাইল নম্বৰ আৰু ইমেইল আই ডি সংলগ্ন কৰিব৷

অন্তিম তাৰিখ : ৫ অক্টোবৰ ২০২২

সকলো মন্তব্য
মুঠ অৱদান ( 24) অনুমোদিত অৱদানসমূহ (0) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (24) জমা বন্ধ