- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ?
ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ? ...

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ?
বিশ্বজুৰি কৰ’না ভাইৰাছ সংক্ৰমণৰ জটিল পৰিস্থিতিত বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰতবৰ্ষতো ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্য সুৰক্ষাৰ অৰ্থে নিজৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্য ঘৰতে আবদ্ধ হৈ থকাটো অত্যন্ত জৰুৰী কথা।
দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনশৈলী কিছু সালসলনি কৰি আমি সকলোৱে এই সময়খিনি নিজৰ পৰিয়ালৰ সৈতে সুন্দৰকৈ কটোৱাৰ লগতে বিভিন্ন গঠনমূলক কৰ্মৰাজিৰ সৈতে নিজকে জড়িত কৰাৰ ক্ষেত্ৰতো সুযোগ লাভ কৰিছো। ঘৰৰ সুস্থ বাতাবৰণত আমি গান শুনা, চিনেমা চোৱা, কিতাপ পঢ়া, প্ৰিয় খাদ্য প্ৰস্তুত কৰা, ক্ৰাফট মেকিং, বাগিচাত কাম কৰা, ঘৰ পৰিষ্কাৰ কৰা ইত্যাদি বিভিন্ন কৰ্মৰ লগতে কিছুমান উদ্ভাৱনীমূলক চিন্তা-চৰ্চা তথা কৰ্মৰাজিৰে সময়খিনি সুন্দৰকৈ অতিবাহিত কৰিব পাৰো।
আপুনিও যদি ঘৰত থকাৰ এই দিনকেইটাৰ বাবে এনেধৰণৰ এখন কৰ্মসূচী সাজু কৰি লৈছে, তেন্তে সেই বিষয়ে সবিশেষ লিখি (পৰাপক্ষত ফটো অথবা ভিডিঅ’সহ) আমালৈ প্ৰেৰণ কৰক।
AMAN KUMAR 5 বছৰ 2 হিচাপপূৰ্বে
Idea to minimize people gathering for essential items
Dr Krishajit Baruah 5 বছৰ 2 হিচাপপূৰ্বে
It has difficult tasks spending time without works in home, but it is easier when it can helping to own families and a little discussed for some reasons as school, College, novels, News etc, Sometimes it was helping solving problems and sometimes it was depressed our minds. So,If suffering in depression any situations and kinds of activities than take meditation for few minutes.
Rajesh Paul 5 বছৰ 2 হিচাপপূৰ্বে
Namaskar, Good Morning
As a VKV Teacher, it's my daily routine but in between 21 days lockdown so i followed my own routine
1. 5:30 am wake up
2. 5:45 am prayer
3. 6:00 am Yoga & meditation
4. 6:15 to 7:15 am self study
Evening Section
5. 5:45 pm Evening prayer
6. 6:00 to 8:00 pm Mathematics
7. 8 to 9:00 pm self cooking
8. 9:00 to 10:00 news analysis
I am now in Arunachal Pradesh and when our PM N. modi ji announced a lockdown for 21 days, I never go my home and I miss my mom n dad.
Nirmal Mandal 5 বছৰ 2 হিচাপপূৰ্বে
মই প্ৰথম বাৰ মোৰ পৰিয়ালৰ লগত ভাল দৰে একেলগে কিছুদিন কটাবলৈ সক্ষম হৈছোঁ আৰু মোক বহুত ভাল লাগছে। একেলগে ঘৰত থকা খোৱা এটা মনৰ আনন্দ মোক বহুত ভাল লাগিছে ।।।
Jyotiska boruah 5 বছৰ 2 হিচাপপূৰ্বে
ঘৰত থকা সময় চোৱাত মাই গভত দিয়া সকলো ধৰনৰ তথ্য চছিয়েল মেডিয়াৰ জৰিয়তে জনসাধাৰনলৈ প্ৰেৰন কৰাৰ লগতে ইয়াৰ লিংক সমূহ মই প্ৰেৰশ কৰিৱলৈ আৰম্ভ কৰিছো ৷ ক'ৰোনা ভাইৰাছৰ পৰা হৱ লগা সাৱধানতাৰ বিষয়়ে দিয়া চৰকাৰী নিতী নিৰ্দেশনা সমূহ প্ৰেৰণ কৰাৰ লগতে চৰকাৰী কিছুমান আঁচনি সমূহ,পদক্ষেপ সমূহ,সিদ্ধান্ত সমূহ চছিয়েল মেডিয়াৰ জৰিয়তে অৱগত কৰাৰ প্ৰয়াস কৰিছো ৷
Nikumoni deka 5 বছৰ 2 হিচাপপূৰ্বে
Assamese novel writing
Samir Jayantibhai Prajapati 5 বছৰ 2 হিচাপপূৰ্বে
I wake up early 5 AM. Doing yoga for 1 hour and excercise for 30 Min. After that I do morning prayer and as soon family wakeup I do prepare tea. I do watch news and then take shower. Doing prayer and sit at 9:00 AM for work from home due to COVID-19. At 6:00 PM I logout and to some household work and have dinner. Then do some selfstudy task and learn new things. Share with friends and talk to them. Then watching tv with family and spend time with family. Sometimes at evening I do cook as its my
Abinash T 5 বছৰ 2 হিচাপপূৰ্বে
Mahatma Gandhi said, “I will not let anyone walk through my mind with their dirty feet.” Gandhiji dwelt on cleanliness and good habits and pointed out its close relationship to good health.
So,Here five cool things that we can follow during these 21 days are:
1. Spare 30 Minutes for your Body.
2. Gardening the plants.
3. Become an e-volunteer.
4. Go for a body detox.
5. Pamper yourself.
RevathiPerumal 5 বছৰ 2 হিচাপপূৰ্বে
Done
Ramakrishna Lakshmanan 5 বছৰ 2 হিচাপপূৰ্বে
I appeal to my fellow citizens to stay at home adhering to the lockdown measures that has been taken in the best interest of everybody's safety and good health. Do not step out of the house other than for buying essentials like vegetables, fruits, groceries, milk, medicine, etc. Please wash your hands regularly with soap and water. Avoid touching your face, nose, mouth, etc. Maintain social distancing even at home and keep at the least one metre distance while in the shop and also while on road.