You don't have javascript enabled. Please Enabled javascript for better performance.

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ?

Start Date: 26-03-2020
End Date: 14-04-2020

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ? ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
অন্তিম তাৰিখ-Apr 14,2020 10:03 AM IST (GMT +5.30 Hrs)

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ?

বিশ্বজুৰি কৰ’না ভাইৰাছ সংক্ৰমণৰ জটিল পৰিস্থিতিত বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰতবৰ্ষতো ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্য সুৰক্ষাৰ অৰ্থে নিজৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্য ঘৰতে আবদ্ধ হৈ থকাটো অত্যন্ত জৰুৰী কথা।

দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনশৈলী কিছু সালসলনি কৰি আমি সকলোৱে এই সময়খিনি নিজৰ পৰিয়ালৰ সৈতে সুন্দৰকৈ কটোৱাৰ লগতে বিভিন্ন গঠনমূলক কৰ্মৰাজিৰ সৈতে নিজকে জড়িত কৰাৰ ক্ষেত্ৰতো সুযোগ লাভ কৰিছো। ঘৰৰ সুস্থ বাতাবৰণত আমি গান শুনা, চিনেমা চোৱা, কিতাপ পঢ়া, প্ৰিয় খাদ্য প্ৰস্তুত কৰা, ক্ৰাফট মেকিং, বাগিচাত কাম কৰা, ঘৰ পৰিষ্কাৰ কৰা ইত্যাদি বিভিন্ন কৰ্মৰ লগতে কিছুমান উদ্ভাৱনীমূলক চিন্তা-চৰ্চা তথা কৰ্মৰাজিৰে সময়খিনি সুন্দৰকৈ অতিবাহিত কৰিব পাৰো।

আপুনিও যদি ঘৰত থকাৰ এই দিনকেইটাৰ বাবে এনেধৰণৰ এখন কৰ্মসূচী সাজু কৰি লৈছে, তেন্তে সেই বিষয়ে সবিশেষ লিখি (পৰাপক্ষত ফটো অথবা ভিডিঅ’সহ) আমালৈ প্ৰেৰণ কৰক।

সকলো মন্তব্য
মুঠ অৱদান ( 38) অনুমোদিত অৱদানসমূহ (35) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (3)
Reset
35 তথ্য পোৱা গ’ল
300

Debojit Bharali 2 ঘন্টা 15 মিনিট পূৰ্বে

Being a sincere citizen of India, I admire the govt. decision of about this 21 days lockdown. It's a very vital role to fightback with this pandemic COVID-19. As I believe,21 days are scientifically proven to acquire any good habit. Hence, these 21 days for me are very useful.
1. I am doing Yoga in the morning on regular basis.
2. Books are always good friend of us. 2 hrs reading is a part of my routine now, during this lockdown.
3. Requesting friend circles to #stayhome on daily basis

0

MUNNA ROY 14 ঘন্টা 38 মিনিট পূৰ্বে

lOCK DOWN মানি ছলি আছু কিন্তুু কাম নকৰিলে টকা কত পাম, আৰ টকা উপাৰ্জন মানে চাকৰি কাম নকৰি কেইদিন বহি বহি খাম। টকা পইচা ৰেসন হেখ হউয়াৰ পাসত কুনে দিব।

7900

Krishajit Baruah 1 দিন 2 ঘন্টা পূৰ্বে

In Assam total lockdown,but the some mojdoor are facing troubles for earning and daily essential goods, some families have not takes foods children are wanting milks and other food because they feel hungry, I request our government kindly distribute the essential thinks as soon as possible. Thanks.

33680

NANDIKANTI SAI KUMAR 1 দিন 3 ঘন্টা পূৰ্বে

Lets us turn Crisis into an Oppurtunity

We should convert the covid-19 pandemic into an oppurtunity to build a social Health care system.We must be much better prepared for the next pandemic.and in general improve Health careOur Health care now is badly neglected and outcomes are appalling.

A Network of Labs in every district and town,A robust family Care system and adequate ICU and beds should be the priority.An improvement in permanent Healthcare system is needed.

Nandikanti Sai Kumar

10390

Prithwiraj Purkayastha 1 দিন 4 ঘন্টা পূৰ্বে

Nanaskar. While in completely lockdown situation at home I am enjoying my hobbies like DXing (Distance Radio Listening), arranging my collected stamps and match boxes, writing articles and reading books. Regarding hobby of radio listening I made a video too. Please click the link below.

https://youtu.be/nDaPx-fBTks

Also trying to spend some quality time with family which during my busy work schedule I normally find hardly.

Thanks.

750

sofikul Islam 1 দিন 6 ঘন্টা পূৰ্বে

During lock down I'm reading books,memorize some religious ethics, suggest the lot of people over phone about the deadly covid-19.I too,writing some important events for the next development.And I fully obeying the instruction of Goverment.I hope too,every citizen should obey the protocol.Thnx.