You don't have javascript enabled. Please Enabled javascript for better performance.

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ?

Start Date: 26-03-2020
End Date: 03-05-2020

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ? ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ?

বিশ্বজুৰি কৰ’না ভাইৰাছ সংক্ৰমণৰ জটিল পৰিস্থিতিত বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰতবৰ্ষতো ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্য সুৰক্ষাৰ অৰ্থে নিজৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্য ঘৰতে আবদ্ধ হৈ থকাটো অত্যন্ত জৰুৰী কথা।

দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনশৈলী কিছু সালসলনি কৰি আমি সকলোৱে এই সময়খিনি নিজৰ পৰিয়ালৰ সৈতে সুন্দৰকৈ কটোৱাৰ লগতে বিভিন্ন গঠনমূলক কৰ্মৰাজিৰ সৈতে নিজকে জড়িত কৰাৰ ক্ষেত্ৰতো সুযোগ লাভ কৰিছো। ঘৰৰ সুস্থ বাতাবৰণত আমি গান শুনা, চিনেমা চোৱা, কিতাপ পঢ়া, প্ৰিয় খাদ্য প্ৰস্তুত কৰা, ক্ৰাফট মেকিং, বাগিচাত কাম কৰা, ঘৰ পৰিষ্কাৰ কৰা ইত্যাদি বিভিন্ন কৰ্মৰ লগতে কিছুমান উদ্ভাৱনীমূলক চিন্তা-চৰ্চা তথা কৰ্মৰাজিৰে সময়খিনি সুন্দৰকৈ অতিবাহিত কৰিব পাৰো।

আপুনিও যদি ঘৰত থকাৰ এই দিনকেইটাৰ বাবে এনেধৰণৰ এখন কৰ্মসূচী সাজু কৰি লৈছে, তেন্তে সেই বিষয়ে সবিশেষ লিখি (পৰাপক্ষত ফটো অথবা ভিডিঅ’সহ) আমালৈ প্ৰেৰণ কৰক।

সকলো মন্তব্য
মুঠ অৱদান ( 164) অনুমোদিত অৱদানসমূহ (150) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (14) জমা বন্ধ
Reset
150 তথ্য পোৱা গ’ল
87880

Deepalakshmi 5 বছৰ 1 monthপূৰ্বে

I gathered awareness about COVID-19 from different sources provided by various organisations and also I attended more webinars for updating my knowledge. For relaxation, I have involved in hobbies such as Gardening, Drawing, playing games with children in my home and hearing news updations etc

52960

Bhargav Bingi 5 বছৰ 1 monthপূৰ্বে

Respected sir,
news was scrolling is after 14 April lockdown was complete...but can't start busses trains because Covid-19 spread speedily...people's cant stop traveling they cant listen govt news...especially schools colleges are holidays so they try to travel to relatives houses....
only start factory's and essential things.
if bars restaurants will be start take so much care in that like masks...after a person exit clean table by sanitizer...
dont start theaters shopping malls

4500

Mukul Bhattacharyya 5 বছৰ 1 monthপূৰ্বে

COVID-19ৰ বাবে দিয়া Lockdownৰ পৰিপ্ৰেক্ষিতত HS First Year ৰ পৰীক্ষা অনুষ্ঠিত নহ'ব বুলি অনুমান কৰি মোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে আগতীয়াকৈ Second yearৰ Physicsৰ পাঠ মোৰ YouTube channel ( Mukul Bhattacharyya) ৰ জৰিয়তে যোৱা ২৯ মাৰ্চৰ পৰা আগবঢ়ায় আছোঁ।
#ঘৰতে থাকক,সুস্থ থাকক