- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
গণতন্ত্ৰ দিৱসত প্ৰতীকপট হিচাপে জিলিকিব অসমৰ চাহ
স্বকীয় সোৱাদ আৰু ৰং সমৃদ্ধ অসমৰ চাহ এক অত্যন্ত মূল্যৱান পানীয়। অসমত ...

স্বকীয় সোৱাদ আৰু ৰং সমৃদ্ধ অসমৰ চাহ এক অত্যন্ত মূল্যৱান পানীয়। অসমত উৎপাদিত চাহৰ বাবেই অসমে সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জন কৰিছে।
চাহ উদ্যোগে অসমৰ অৰ্থনৈতিক উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চাহৰ ঘৰুৱা ব্যৱহাৰ আৰু ৰপ্তানিৰ জৰিয়তে অসমে যথেষ্ট ৰাজহ লাভ কৰি আহিছে। ২০২২ চনত অসমত চাহৰ উৎপাদন ৭০০ নিযুত কিল’গ্ৰামলৈ বৃদ্ধি পায়। ই হৈছে ভাৰতৰ উৎপাদনৰ ৫২%।
অসমৰ চাহৰ ২০০ বছৰীয়া গৌৰৱময় যাত্ৰাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ অৰ্থে শেহতীয়াকৈ চৰকাৰৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমৰ চাহৰ অনবদ্য সোৱাদ আৰু ইয়াৰ চহকী ঐতিহ্যৰ প্ৰতিফলন ঘ্টাই দিল্লীত অনুষ্ঠিত হ’বলগীয়া ২০২৪ চনৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰতীকপট হিচাপে অসমৰ চাহ শিল্প প্ৰদৰ্শন কৰা হ’ব।
এই সন্দৰ্ভত আপোনাৰ মতামত তলত মন্তব্য আকাৰে আমালৈ প্ৰেৰণ কৰক।
অন্তিম তাৰিখ ঃ ১৪ ডিচেম্বৰ ২০২৩
AntaraBhattacharjee 1 বছৰ 6 হিচাপপূৰ্বে
Good initiative.
HirakJyotikalita 1 বছৰ 6 হিচাপপূৰ্বে
Great initiative by Govt. of Assam.
BijeetSingha 1 বছৰ 6 হিচাপপূৰ্বে
Cut to today, Assam now produces nearly 700 million kg of tea annually and accounts for around half of India's overall tea production. The state also generates annual foreign exchange earnings estimated at an equivalent to Rs 3,000 crore.
NoorIslam 1 বছৰ 6 হিচাপপূৰ্বে
Great initiative from Govt of Assam.The state of Assam is the world largest Tea growing region by production.Tea industry need to be promote in national level.
Trishna 1 বছৰ 6 হিচাপপূৰ্বে
Good initiative. Definitely the tea industry of Assam need to be focused.
Bhaskarjyotiborborah 1 বছৰ 6 হিচাপপূৰ্বে
It is an outstanding initiative taken by the Government of Assam. Showing the Tea industry of Assam in the national level platform is a wise decision.
HimanshuPathak 1 বছৰ 6 হিচাপপূৰ্বে
"Assam tea, a rich infusion of bold flavor and deep warmth, soothingly embraces each sip with the essence of tranquility
And tradition..very good step by the govt.of assam
Aliana 1 বছৰ 6 হিচাপপূৰ্বে
Great initiative by Assam Government. Assam is the largest tea growing region in the world in terms of production. It would be a great step to show a glorious tribute to our world famous tea on the Republic Day
Mohammed Fariz Uddin 1 বছৰ 6 হিচাপপূৰ্বে
Its very good initiative by Govt. of Assam to showing glorious haritage of our world famous tea in Republic Day Tableau.
Mohammed Fariz Uddin 1 বছৰ 6 হিচাপপূৰ্বে
অসম চৰকাৰৰ বৰ সুন্দৰ পদক্ষেপ।