You don't have javascript enabled. Please Enabled javascript for better performance.

গণতন্ত্ৰ দিৱসত প্ৰতীকপট হিচাপে জিলিকিব অসমৰ চাহ

Start Date: 13-12-2023
End Date: 20-12-2024

স্বকীয় সোৱাদ আৰু ৰং সমৃদ্ধ অসমৰ চাহ এক অত্যন্ত মূল্যৱান পানীয়। অসমত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
গণতন্ত্ৰ দিৱসত প্ৰতীকপট হিচাপে জিলিকিব অসমৰ চাহ
অন্তিম তাৰিখ-Dec 20,2024 18:23 PM IST (GMT +5.30 Hrs)

স্বকীয় সোৱাদ আৰু ৰং সমৃদ্ধ অসমৰ চাহ এক অত্যন্ত মূল্যৱান পানীয়। অসমত উৎপাদিত চাহৰ বাবেই অসমে সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জন কৰিছে।

চাহ উদ্যোগে অসমৰ অৰ্থনৈতিক উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চাহৰ ঘৰুৱা ব্যৱহাৰ আৰু ৰপ্তানিৰ জৰিয়তে অসমে যথেষ্ট ৰাজহ লাভ কৰি আহিছে। ২০২২ চনত অসমত চাহৰ উৎপাদন ৭০০ নিযুত কিল’গ্ৰামলৈ বৃদ্ধি পায়। ই হৈছে ভাৰতৰ উৎপাদনৰ ৫২%।

অসমৰ চাহৰ ২০০ বছৰীয়া গৌৰৱময় যাত্ৰাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ অৰ্থে শেহতীয়াকৈ চৰকাৰৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমৰ চাহৰ অনবদ্য সোৱাদ আৰু ইয়াৰ চহকী ঐতিহ্যৰ প্ৰতিফলন ঘ্টাই দিল্লীত অনুষ্ঠিত হ’বলগীয়া ২০২৪ চনৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰতীকপট হিচাপে অসমৰ চাহ শিল্প প্ৰদৰ্শন কৰা হ’ব।

এই সন্দৰ্ভত আপোনাৰ মতামত তলত মন্তব্য আকাৰে আমালৈ প্ৰেৰণ কৰক।

অন্তিম তাৰিখ ঃ ১৪ ডিচেম্বৰ ২০২৩

সকলো মন্তব্য
মুঠ অৱদান ( 82) অনুমোদিত অৱদানসমূহ (77) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (5)
Reset
77 তথ্য পোৱা গ’ল