- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
গণতন্ত্ৰ দিৱসত প্ৰতীকপট হিচাপে জিলিকিব অসমৰ চাহ
স্বকীয় সোৱাদ আৰু ৰং সমৃদ্ধ অসমৰ চাহ এক অত্যন্ত মূল্যৱান পানীয়। অসমত ...

স্বকীয় সোৱাদ আৰু ৰং সমৃদ্ধ অসমৰ চাহ এক অত্যন্ত মূল্যৱান পানীয়। অসমত উৎপাদিত চাহৰ বাবেই অসমে সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জন কৰিছে।
চাহ উদ্যোগে অসমৰ অৰ্থনৈতিক উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চাহৰ ঘৰুৱা ব্যৱহাৰ আৰু ৰপ্তানিৰ জৰিয়তে অসমে যথেষ্ট ৰাজহ লাভ কৰি আহিছে। ২০২২ চনত অসমত চাহৰ উৎপাদন ৭০০ নিযুত কিল’গ্ৰামলৈ বৃদ্ধি পায়। ই হৈছে ভাৰতৰ উৎপাদনৰ ৫২%।
অসমৰ চাহৰ ২০০ বছৰীয়া গৌৰৱময় যাত্ৰাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ অৰ্থে শেহতীয়াকৈ চৰকাৰৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমৰ চাহৰ অনবদ্য সোৱাদ আৰু ইয়াৰ চহকী ঐতিহ্যৰ প্ৰতিফলন ঘ্টাই দিল্লীত অনুষ্ঠিত হ’বলগীয়া ২০২৪ চনৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰতীকপট হিচাপে অসমৰ চাহ শিল্প প্ৰদৰ্শন কৰা হ’ব।
এই সন্দৰ্ভত আপোনাৰ মতামত তলত মন্তব্য আকাৰে আমালৈ প্ৰেৰণ কৰক।
অন্তিম তাৰিখ ঃ ১৪ ডিচেম্বৰ ২০২৩









RupankumarGhosh 2 বছৰ 5 হিচাপপূৰ্বে
ৰাষ্ট্ৰীয় পৰ্যায়ত চাহ আৰু অসমৰ চাহ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা চৰকাৰৰ দ্বাৰা ই অতি ভাল পদক্ষেপ ।
Dipali Deka 2 বছৰ 5 হিচাপপূৰ্বে
Great initiative by Assam Government
PRANAB SAIKIA_1 2 বছৰ 5 হিচাপপূৰ্বে
It's a great initiative by Government of Assam to show a glorious tribute to our world famous tea on the Republic Day tableau.
RijunAhmed 2 বছৰ 5 হিচাপপূৰ্বে
It's very good initiative by govt of India & Assam
KangkanJyotiBorah 2 বছৰ 5 হিচাপপূৰ্বে
Great work by Assam Govt.! It will beautifully showcase the journey and enduring the legacy of Assam's Tea industry, symbolize its immense contribution to India's rich tapestry of traditions and its global impact, uniting generations in pride and admiration.
PrincyChanu 2 বছৰ 5 হিচাপপূৰ্বে
It is great to take steps to showcase the tea and tea industry, a symbol of the beauty of our Assam, to the world during the upcoming Republic Day Parade in 2024. Thank you government of Assam
Pranjulkashyap 2 বছৰ 5 হিচাপপূৰ্বে
অসমীয়াৰ স্বাভিমান চাহক আকৌ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰা সুবিধা পোৱাৰ বাবে অসম চৰকাৰক শুভেচ্ছা জ্ঞাপন কৰিছো।
Jintu 2 বছৰ 5 হিচাপপূৰ্বে
অসম চৰকাৰৰ ডাঙৰ আৰু সুন্দৰ পদক্ষেপ।
Pranjulkashyap 2 বছৰ 5 হিচাপপূৰ্বে
Great initiative from our cultural affairs department and government of Assam.Tea is Pride of our culture.
sumi borah 2 বছৰ 5 হিচাপপূৰ্বে
Great initiative by Assam Government