You don't have javascript enabled. Please Enabled javascript for better performance.

সাহসী কিশোৰ কমল কৃষ্ণ দাসৰ কথাৰে

Start Date: 18-11-2020
End Date: 30-11-2023
ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰে সন্মানিত এগৰাকী সাহসী কিশোৰ কমল কৃষ্ণ দাস ৷ ২০১৮ চনৰ ৫ ছেপ্তেম্বৰৰ দিনা ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হোৱা এটা ভয়াৱহ নাও দুৰ্ঘটনাত মাতৃ আৰু পেহীয়েকৰ প্ৰাণ ৰক্ষা কৰি সাহসিকতাৰ এক বলিষ্ঠ নিদৰ্শন দাঙি ধৰিছিল উত্তৰ গুৱাহাটীৰ এই কিশোৰগৰাকীয়ে ৷ এই সাহস আৰু বুদ্ধিমত্তাৰ বাবে তেওঁক চলিত বৰ্ষত সাহসিকতা বঁটাৰে সন্মানিত কৰে কেন্দ্ৰীয় চৰকাৰে ৷ শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ সাঁতুৰি এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হোৱা কমল কৃষ্ণ দাসৰ বিষয়ে এটি ভিডিঅ'ৰ জৰিয়তে কিছু কথা জানোঁ আহক
সকলো মন্তব্য
আলাপ আলোচনা
Reset
24 তথ্য পোৱা গ’ল
600

adsense new 4 সপ্তাহ 13 ঘন্টা পূৰ্বে

Taxassam.co.in is a assam information site you can read here <a href="https://taxassam.co.in/assamese-love-quotes/">Assamese love quotes | ভালপোৱাৰ ষ্টেটাছ</a>
<a href="https://taxassam.co.in/assamese-caption-2022/">Assamese caption 2022 | Assamese caption for Instagram</a>
<a href="https://taxassam.co.in/assamese-heart-touching-quotes-assamese-heart-tou... heart touching quotes</a>
<a href="https://taxassam.co.in/birth-day-wishes-in-assamese-%e0%a6%9c%e0%a6%a8%e...

400

Technical Mitsuo 1 month 1 সপ্তাহ পূৰ্বে

AssamJobz.Com ৱেবচাইটে অসমৰ কেইবাটাও Jobs সম্পৰ্কে তথ্য পাবলৈ Hook-Up হিচাপে কাম কৰে যিয়েও সামৰি লয়
ৰাজহুৱা খণ্ডৰ অসম চাকৰি আৰু উত্তৰ-পূব ৰাজ্যৰ সম্প্ৰচাৰ।
আমি পশ্চিম বংগৰ চাকৰিৰ Job Newsও প্ৰদান কৰোঁ
https://jobsbengal.com/

https://assamjobz.com/

27920

HEMALATHA S 3 হিচাপ 4 সপ্তাহ পূৰ্বে

வெளிப்புற சக்திகள் எதிர்ப்புடன் உருவாக்கப்படுகின்றன. வளரும் அரசாங்கத்தை மக்களுக்கு வழங்குவது எதிர்காலத்தில் மாபெரும் சாதனையாகும்