You don't have javascript enabled. Please Enabled javascript for better performance.

সাম্প্ৰতিক সময়ত প্ৰচুৰ সম্ভাৱনীয়তাৰে ভৰা এখন উল্লেখযোগ্য ক্ষেত্ৰ হ'ল উদ্যান শস্য

Start Date: 13-09-2020
End Date: 30-09-2023
অসমত উদ্যান শস্য ক্ষেত্ৰখনৰ প্ৰসাৰ আৰু সম্ভাৱনীয়তা সন্দৰ্ভত উদ্যান শস্য সঞ্চালকালয়, অসমৰ সহকাৰী সঞ্চালক খগেন শৰ্মা ডাঙৰীয়াৰ সৈতে এক বাৰ্তালাপ
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
6 তথ্য পোৱা গ’ল
150230

Jyotiska boruah 3 বছৰ 1 monthপূৰ্বে

অসম চৰকাৰৰ বৰ্তমান উদ্যান শস্যৰ ক্ষেত্ৰত বিশেষকৈ উজনি অসমত গুৰুত্ব দিয়াতো অতি প্ৰয়োজন হৈ পৰিছে ৷ চৰকাৰী মাটি সমূহ বেদখল মুক্ত কৰি নিৱনুৱা সকলক সমবায় ভিত্তিত তেনে কৃষি কৰ্মত উৎসাহিত কৰি যাৱতীয় ব্যৱস্হা গ্ৰহন কৰিলে নিবনুৱা সমস্যা কিছু দূৰ হৱ ৷

692140

JAYANTA TOPADAR 3 বছৰ 7 হিচাপপূৰ্বে

अत्यंत ही महत्वपूर्ण वार्ता का प्रचार-प्रसार हो रहा है असम सरकार के द्वारा। केंद्र सरकार भी सराहना पाने का योग्य है। धन्य हो!