You don't have javascript enabled. Please Enabled javascript for better performance.

সফলতাৰ শীৰ্ষত অসমৰ নাৰী শক্তি

নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাবে গণ্য কৰা হয়। অসীম সাহস, একাগ্ৰতা, প্ৰতিভা আৰু দক্ষতাৰ বলত আজিৰ নাৰী উচ্চ শিক্ষিত হোৱাৰ লগতে আত্ম-নিৰ্ভৰশীল হৈ পৰিছে। সলনি কৰিছে আমাৰ ৰক্ষণশীল সমাজ ব্যৱস্থা। মহৎ কৰ্মৰাজীৰ জৰিয়তে সমাজত নতুন দিগন্তৰ সূচনা কৰা অসমৰ কেইগৰাকীমান উদ্যমী মহিলালৈ জনাইছো আন্তৰিক অভিনন্দন ৷ আহক এইবেলিৰ দীপাৱলীত আমাৰ ৰাজ্যৰ চুকে-কোণে থকা আদৰ্শৱান মহিলাসকলক #bharatkilaxmi ব্যৱহাৰ কৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম সমূহৰ যোগেদি সকলোৰে মাজত পৰিচিত কৰি দিওঁ ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে