You don't have javascript enabled. Please Enabled javascript for better performance.

শৈলেন বৰ্মনৰ সেউজ প্ৰচেষ্টা

Start Date: 25-09-2020
End Date: 30-09-2023
প্ৰায় ৭০ বছৰ পুৰণি বৰপেটা জিলাৰ ব্যাসকুছি ৰাজ্যিক চিকিৎসালয়খনৰ চৌহদটো সুন্দৰকৈ সেউজ কৰি ৰাখিছে চিকিৎসালয়খনৰ কৰ্মচাৰী শৈলেন বৰ্মনে। নিয়মীয়া কাম-কাজৰ মাজতে একমাত্ৰ নিজৰ আগ্ৰহত জাকত জিলিকা কৰি তুলিছে চিকিৎসালয়খন। বিভিন্ন ফুলৰ পুলি ৰোপণৰ সমান্তৰালকৈ বাঁহৰ ডাষ্টবিন স্থাপন কৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশটোৰ প্ৰতিও ধ্যান দিয়া হৈছে। শৈলেন বৰ্মনৰ এই একক প্ৰচেষ্টা সকলোৰে বাবে আদৰ্শ হৈ ৰোৱাৰ কামনাৰে তেখেতলৈ যাচিলোঁ আন্তৰিক অভিনন্দন।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল