You don't have javascript enabled. Please Enabled javascript for better performance.

লকডাউনৰ মাজতো বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ নিয়মীয়া চিকিৎসা সেৱা

Start Date: 16-05-2020
End Date: 31-05-2023
ক'ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশজুৰি অব্যাহত থকা লকডাউনৰ সময়তো গুৱাহাটীস্থিত ডা: বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানে কৰ্কট ৰোগীসকলৰ স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত নিয়মীয়াকৈ আগবঢ়াই আহিছে চিকিৎসা সেৱা ৷ এই জটিল সময়ছোৱাতো নিয়মিতভাৱে চিকিৎসা সেৱা লাভ কৰা কৰ্কট ৰোগীসকলে লিখিত আকাৰে আগবঢ়োৱা নিজৰ অভিজ্ঞতা আৰু কৃতজ্ঞতামূলক বক্তব্যসমূহ সাঙুৰি প্ৰতিষ্ঠানখনে "Sounds of soul" নামেৰে এখনি পুস্তিকা প্ৰকাশ কৰে ৷ ৰোগীসকলৰ কৃতজ্ঞতাই প্ৰতিষ্ঠানখনৰ চিকিৎসক, নাৰ্ছ তথা সকলো চিকিৎসা কৰ্মীক যথেষ্ট উৎসাহিত কৰিছে বুলি মন্তব্য কৰে প্ৰতিষ্ঠানখনৰ মাননীয় সঞ্চালক ড: অমল কটকী ডাঙৰীয়াই ৷
সকলো মন্তব্য
আলাপ আলোচনা
Reset
6 তথ্য পোৱা গ’ল
500

Rajib 1 বছৰ 4 হিচাপপূৰ্বে

My mother is in Dispur Polyclinic Hospital,who is suffering from multiple brain injuries, she is going through a very difficult time. So I need help from U all. Your donations can give her a new life. I am giving u the link in the below.

https://www.ketto.org/fundraiser/offer-a-helping-hand-to-support-dipa-sh...

500

Rajib 1 বছৰ 4 হিচাপপূৰ্বে

My mother is in Dispur Polyclinic Hospital,who is suffering from multiple brain injuries, she is going through a very difficult time. So I need help from U all. Your donations can give her a new life. I am giving u the link in the link.

https://www.ketto.org/fundraiser/offer-a-helping-hand-to-support-dipa-sh...

70500

Jayanta Topadar 1 বছৰ 4 হিচাপপূৰ্বে

चिकित्सा-सेवा सर्वश्रेष्ठ मानव निर्माण... चिकित्सा-सेवा मानव सेवा की उत्कृष्ट निदर्शन... धन्य हो इस देश के महान चिकित्सक एवं चिकित्सा दल के कर्तव्यपरायण व्यक्ति गण !!!