You don't have javascript enabled. Please Enabled javascript for better performance.

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱসৰ শুভেচ্ছা

Start Date: 21-05-2020
End Date: 31-05-2023
আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে ৰাজ্যৰ চাহ শ্ৰমিক তথা চাহ উদ্যোগৰ সৈতে জড়িত সকলো ব্যক্তিলৈ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আগবঢ়াইছে শুভেচ্ছা বাৰ্তা
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
7 তথ্য পোৱা গ’ল
150230

Jyotiska boruah 3 বছৰ 10 হিচাপপূৰ্বে

ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বাৱে বৰ্তমান অঞ্চল ভেদে একো একোটা ক্ষুদ্ৰ উদ্যোগৰ লগতে বজাৰৰ চাহিদা পূৰণৰ লগতে উচিত মূল্য ৰূপায়নৰ ক্ষেত্ৰত চৰকাৰখনে অগ্ৰণী এক ভূমিকা পালন কৰা উচিত ৷ যিদৰে অন্য কৃষিৰ ক্ষ্ত্ৰত চৰকাৰখনে ডুৱাইৰ দৰে চহৰলৈ অসমৰ শাক পাছলি বিমান যোগে ৰপ্তানিৰ পদক্ষেপ লৈছে ৷ তেনেদৰে ইয়াৰ ওপৰতো গুৰুত্বতা প্ৰদান কৰাটো নিতান্তই প্ৰয়োজন ৷

692140

JAYANTA TOPADAR 3 বছৰ 11 হিচাপপূৰ্বে

सराहनीय शुभारंभ... मुख्यमंत्री महोदय, आपकी सरकार से चाय उद्योग की हरेक श्रमिक की उम्मीदें एवं आकांक्षाएँ जुड़ी हैं... और उन्नत हो असम की चाय उद्योग... उन्नति हो श्रमिकों का एवं चाय बागानों का भी...!!!

692140

JAYANTA TOPADAR 3 বছৰ 11 হিচাপপূৰ্বে

चाय उद्योग को अंतरराष्ट्रीय आयाम देना ज़रूरी है। इस
उद्योग से असम की अर्थव्यवस्था बहुत उन्नत एवं विकसित होने की संभावना है। ज़्यादा-से-ज्य़ादा शिक्षित युवा अगर चाय उद्योग व्यवस्था को परखने का बीड़ा उठाए, तो निश्चय ही भारत का नाम विश्व दरबार मेंं और उँचा होगा।
भारत सरकार ज़रूर ही इस बात पर गौर करेगी,ये विश्वास है।
इस सरकार से नागरिकों की कई उम्मीदें जुड़ी हुईंं हैं।