You don't have javascript enabled. Please Enabled javascript for better performance.

কৃষিক এক লাভজনক ব্যৱসায়লৈ ৰূপান্তৰ কৰিছে গোলাঘাটৰ কৰুণা কান্ত হাজৰিকাই

Start Date: 07-12-2018
End Date: 31-12-2021
গোলাঘাটৰ এগৰাকী অগ্ৰণী কৃষক কৰুণাকান্ত হাজৰিকা। প্ৰায় ১৫ বছৰ ধৰি কৃষিকৰ্মত ব্যস্ত হৈ আছে তেখেত। মুলত: ৰঞ্জিত ধানৰ খেতি কৰা কৰুণাকান্ত হাজৰিকাই প্ৰায় এশ বিঘা মাটিত সৰিয়হৰ খেতিও কৰি আছে। কৃষি উৎপাদনৰ জৰিয়্তে কৃষিক এক লাভজনক ব্যৱসায়লৈ ৰূপান্তৰ কৰি তেখেতে বৰ্তমান কৃষিকে মূল জীৱিকা হিচাবে গ্ৰহণ কৰিছে। অসম চৰকাৰৰ উদ্যোগত ভিয়েটনাম ভ্ৰমণ কৰা অসমৰ পোন্ধৰ গৰাকী কৃষকৰ দলৰ অন্যতম সদস্য আছিল কৰুণা কান্ত হাজৰিকা। তেখেতে ভিয়েটনামৰ কৃষিপদ্ধতিৰ বিষয়ে বিভিন্ন জ্ঞান লাভ কৰি আহি সেয়া এতিয়া নিজৰ কৃষিকৰ্মত প্ৰয়োগত ব্যস্ত হৈ আছে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
2 তথ্য পোৱা গ’ল
679940

JAYANTA TOPADAR 3 বছৰ 10 হিচাপপূৰ্বে

करूणा कांत हजारिका जी आपका कृषिकर्म अत्यंत सराहनीय है! आप अपने सामाजिक एवं आर्थिक उन्नति के साथ-साथ दुसरे किसानों की भी उन्नति में अपने अनुभव का सही प्रयोग कर रहे हैं।