You don't have javascript enabled. Please Enabled javascript for better performance.

উত্তৰ-পূব দক্ষতা কেন্দ্ৰত গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম

Start Date: 27-01-2020
End Date: 31-01-2023
অসম দক্ষতা বিকাশ কেন্দ্ৰৰ অধীনত আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান, ছিংগাপুৰৰ সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীৰ দক্ষতা বিকাশৰ লক্ষ্যৰে গুৱাহাটীত আৰম্ভ কৰা হৈছে চাৰিটাকৈ গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম। উত্তৰ-পূব দক্ষতা কেন্দ্ৰত আৰম্ভ হোৱা এই পাঠ্যক্ৰমমূহ হ’ল ক্ৰমে – খুচুৰা বিক্ৰী সেৱা, সৌন্দৰ্য্য আাৰু সু-স্বাস্থ্য, খাদ্য আৰু পানীয় সেৱা আৰু আতিথ্য সেৱা তথা গৃহ ব্যৱস্থাপনা। এই পাঠ্যক্ৰমসমূহৰ বাবে অব্যাহত আছে নামভৰ্তি প্ৰক্ৰিয়া। চৰকাৰী প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ নিয়োগৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। এই পাঠ্যক্ৰম গ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ বাবে অসমৰ লগতে অসমৰ বাহিৰতো নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব উত্তৰ-পূব দক্ষতা কেন্দ্ৰই। আগ্ৰহীসকলে এই বিষয়ে সবিশেষ জানিবলৈ তলত উল্লেখ কৰা নম্বৰসমূহৰ সৈতে যোগাযোগ কৰিব পাৰে ৯৯৫৪৫ ১৮৮৯৫ ৮১০০০ ২৫৮৭০ ৭০০২৩ ২০৬৭৩ ৭০০২০ ৯৮৭৮৮
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
6 তথ্য পোৱা গ’ল
400

Technical Mitsuo 1 বছৰ 9 হিচাপপূৰ্বে

AssamJobz.Com ৱেবচাইটে অসমৰ কেইবাটাও Jobs সম্পৰ্কে তথ্য পাবলৈ Hook-Up হিচাপে কাম কৰে যিয়েও সামৰি লয়
ৰাজহুৱা খণ্ডৰ অসম চাকৰি আৰু উত্তৰ-পূব ৰাজ্যৰ সম্প্ৰচাৰ।
আমি পশ্চিম বংগৰ চাকৰিৰ Job Newsও প্ৰদান কৰোঁ
https://jobsbengal.com/

https://assamjobz.com/

692140

JAYANTA TOPADAR 3 বছৰ 11 হিচাপপূৰ্বে

This is how the promising youth will be prepared to contribute their best towards Skill India Movement. Yes, such institutes are always welcome in the North Eastern India. Best wishes to the team of mentors who are monitoring & managing the future Skill Development and socioeconomic upgradation of the aspiring youths of NE Region. Keep inspiring lives!!!

62310

Sabir Ahmed 4 বছৰ 2 হিচাপপূৰ্বে

উত্তৰ-পূব দক্ষতা কেন্দ্ৰ সৌন্দৰ্য্য আাৰু সু-স্বাস্থ্য এই চৰকাৰী প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ নিয়োগৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি| এই অসমচৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ