You don't have javascript enabled. Please Enabled javascript for better performance.

ইতিহাসপ্ৰসিদ্ধ মণিকৰ্ণেশ্বৰ দেৱালয়

Start Date: 18-12-2020
End Date: 31-12-2023
কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামেৰে এক প্ৰসিদ্ধ ঠাইত পাহাৰৰ ওপৰত অৱস্থিত ঐতিহাসিক মণিকৰ্ণেশ্বৰ দেৱালয়। ইটাৰে নিৰ্মিত এই মন্দিৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত তাৰাসদৃশ শিলৰ মূল ভেটিৰ ওপৰত পুনৰ নিৰ্মাণ কৰা হৈছিল।এই শিলৰ ভেটি দশম-একাদশ শতিকাৰ বুলি জনা যায় ৷ প্ৰাগজ্যোতিষৰ জিলিঙনিৰ এইবাৰৰ খণ্ডত আগবঢ়াইছো মণিকৰ্ণেশ্বৰ দেৱালয়ৰ সবিশেষ ৷
সকলো মন্তব্য
আলাপ আলোচনা
Reset
6 তথ্য পোৱা গ’ল
1000

Nihar Ranjan Kalita 2 হিচাপ 2 সপ্তাহ পূৰ্বে

Manikarneswar Temple is one of the oldest temples of the Assam. Originally it was built by the Palas and later it was renovated by the Ahom ruler Rajeshwar Singha. Currently it is under the supervision of Archeological Survey of India(ASI)
Thank You!

2563890

BrahmDevYadav 9 হিচাপ 1 সপ্তাহ পূৰ্বে

It is a nice religious and historical place as well as a beautiful natural scene for tourism purpose. Government should develop this place on the part of conservation of tourism so that The strength of tourists will increase automatically and will also generate source of income to the Department of Tourism .

268790

Manoj kanti das 1 বছৰ 4 দিন পূৰ্বে

बहुत ही अच्छा और मनोरम परिवेश में दर्शनीय और ऐतिहासिक धार्मिक स्थल है, कृपया सरकार इसे संरक्षण करके टूरिज्म को बढ़ावा दें!