You don't have javascript enabled. Please Enabled javascript for better performance.

৫ জুন বিশ্ব পৰিবেশ দিৱস উপলক্ষে আলোচনাৰ বিষয়বস্তু

প্ৰতি বছৰে ৫ জুন তাৰিখে আমাৰ ধৰাখন ৰক্ষাৰ স্বাৰ্থত আৰু পৰিবেশ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰতি বছৰে ৫ জুন তাৰিখে আমাৰ ধৰাখন ৰক্ষাৰ স্বাৰ্থত আৰু পৰিবেশ সংক্ৰান্তীয় বিভিন্ন বিষয়বস্তু সন্দৰ্ভত সমগ্ৰ বিশ্বজুৰি এক সজাগতা সৃষ্টি কৰিবলৈ আটাইবোৰ দেশ একগোট হয়। ৰাষ্ট্ৰসংঘই পৰিবেশ সজাগতাৰ বাবে আৰম্ভ কৰা বিশ্ব পৰিবেশ দিৱসত প্ৰতিবছৰে ভিন্ন বিষয়বস্তু আলোচনাৰ বাবে নিৰ্ধাৰণ কৰা হয়। যোৱা চাৰিটা দশক ধৰি বিশ্ব পৰিবেশ দিৱসে বিভিন্ন পৰিবেশ সম্পৰ্কীয় সজাগতা যেনে জলবায়ু পৰিবৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি আদিৰ ওপৰত অধিক গুৰুত্ব দি আহিছে।

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰেও পৰিবেশ সজাগতাৰ লগতে ইয়াৰ সংৰক্ষণৰ ওপৰতো গুৰুত্ব দি আহিছে। এই ক্ষেত্ৰত অসম চৰকাৰে বহু পদক্ষেপ হাতত লৈছে। ইয়াৰ ভিতৰত বিদ্যালয় শিক্ষাত পৰিবেশ অধ্যয়ন, বনজ সম্পদ সংৰক্ষণ, গঁড় হত্যা ৰোধ, ৰাজ্যজুৰি গছপুলি ৰোপণ, এখন বহনক্ষম ধৰাৰ প্ৰতি সজাগতা বৃদ্ধি, ৰাজ্যৰ চহকী জৈৱ বৈচিত্ৰৰ সংৰক্ষণ আদিয়েই প্ৰধান।

৫ জুন বিশ্ব পৰিবেশ দিৱস উপলক্ষে অসম চৰকাৰে জনসাধাৰণৰ পৰা অসমক এখন সেউজ আৰু প্ৰদূষণমুক্ত ৰাজ্য হিচাবে গঢ়ি তুলিবৰ বাবে মতামত আৰু পৰামৰ্শ বিচাৰিছে।

যোগদানৰ অন্তিম তাৰিখ : ৫ জুন, ২০১৭

সকলো মন্তব্য
Reset
127 তথ্য পোৱা গ’ল
300

Paulomi Mukherjee 2 বছৰ 6 হিচাপপূৰ্বে

encourage mandatory plantation provisions.
industries to be constructed at far away from settlements .
ensuring well maintenance and check on proper garbage disposal.
making norms not to allow cars for short destinations.
emphasising more use of jute and paper bags instead of plastic.
division of garbage into proper segregated biodegradable and non biodegradable provisions.
the conservation of beauties of dibru saikhowa national park.
security provision to ensure strict regulation.

300

Sadhana Mandal 2 বছৰ 6 হিচাপপূৰ্বে

The earth and its environment are now at a great risk. The earth has given us everything we required without the thirst of return. Like our mother it nurtured us with all the love and care and now when she requires our help we must not turn down. On this Environment Day, we must all stand up to protect our mother from all the pain and sufferings she is going through. Lets make our earth and its environment clean and healthy again. HAPPY ENVIRONMENT DAY to all the children of the Mother Earth..

300

Rinkumoni Borah 2 বছৰ 6 হিচাপপূৰ্বে

1. For proper implementation of environmental eduction, recruitment of subject teachers at school and college level is of urgent need.
2. Modernization of municipality boards for the proper management of all kind of waste and initiating Waste to energy conversion projects
3. Streangthening of state pollution control board.
4. To make pollution testing centres a vital functioning unit in checking pollution from vehicular exhausts and implementing strict rules for all kind of vehicles.

300

MUKUT CHANDRA BORKAKOTY 2 বছৰ 6 হিচাপপূৰ্বে

বৈজ্ঞানিক পদ্ধতিৰে আবৰ্জনাক সম্পদলৈ ৰূপান্তৰিত কৰি ৰাজ্যৰ মূল আবৰ্জনা ৰখা স্থানৰ আবৰ্জনা হ্ৰাস কৰিবলৈ প্ৰচেষ্টা চলোৱা উচিত। উল্লেখযোগ্য যে বাতৰি যোগে জানিব পৰা মতে চুইডেনে আবৰ্জনাৰ অভাৱৰ বাবে তেওঁলোকৰ Recycling Plant চলাই ৰাখিবলৈ বিদেশৰ পৰা আবৰ্জনা আমদানি কৰে।

300

Nazrin Ullah 2 বছৰ 6 হিচাপপূৰ্বে

On this environment day, I suggest everyone to plant at least one sapling. One more suggestion from my side to all the people that we should not throw chips packets, chocolate wrappers on the road from the buses, instead we can them inside the bus only so that the cleaners of the bus can throw them at a proper place. Or we can ask every buses or other public transports to have a dustbin system inside and ask every passenger to throw the wastes in the dustbin only.

1300

Devarshi Mahanta 2 বছৰ 6 হিচাপপূৰ্বে

I am Devarshi Mahanta,a citizen of Guwahati,Assam,India.First of all i would like to tell that we the people of assam are not obeying our rules that throwing of wastage into the dustbins.Secondly,i would like to say that,what is the use of protesting against the govn. when we are directly responsible for the incident.Did anyone who is staying in the city had planted a tree once in a while. According to me there are very few people who are doing it.So it is my request to plant atleast one tree .