You don't have javascript enabled. Please Enabled javascript for better performance.

বৃহত পৰিসৰৰ বৰষুণৰ পানী সংৰক্ষণ বিষয়ক মতামতৰ আহ্বান

Start Date: 01-07-2017
End Date: 30-07-2022

অসমৰ গড় হিচাবে বাৰ্ষিক বৰষুণৰ পৰিমাণ হৈছে ২৮১৮ মিমি, য’ত কেৱল ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসমৰ গড় হিচাবে বাৰ্ষিক বৰষুণৰ পৰিমাণ হৈছে ২৮১৮ মিমি, য’ত কেৱল গুৱাহাটী চহৰতে বাৰ্ষিক ১৬৯৮ মিমি বৰষুণ হয়। অৱশ্যে এই বৰষুণৰ প্ৰৱণতা সুষম নহয়, অঞ্চল ভেদে ভিন ভিন। ফলত ইয়াৰে কিছুমান ঠাই হৈ পৰে অতিমাত্ৰা বৰষুণৰ ঠাই, আৰু অইন অঞ্চল হৈ পৰে বৰষুণ বিহীন অঞ্চল। ইয়াতে আহি পৰে বৰষুণৰ পানী সংৰক্ষণৰ গুৰুত্ব।
অসমত বৰষুণৰ পানী সংৰক্ষণৰ বিশেষ গুৰুত্ব আছে। যদি এই সংৰক্ষণ বৃহত কলেবৰত কৰিব পৰা যায় তেন্তে ই বানপানীকে ধৰি খৰাং, ভূমি স্খলন, পানীৰ অভাৱ আদি সমস্যা সমূহ সমাধান কৰাত সহায়ক হৈ উঠাৰ যথেষ্ট থল আছে। সংৰক্ষিত পানী বিভিন্ন কাম কাজ যেনে কৃষি, পশুপালন, আন্ত:গাথনি উন্নয়ন আদিৰ কামতো ব্যৱহাৰ কৰিব পাৰি।
অসম চৰকাৰে বৃহত পৰিসৰৰ বৰষুণৰ পানী সংৰক্ষণৰ বিভিন্ন দিশ সম্পৰ্কে ৰাইজৰ পৰা দিহা-পৰামৰ্শ তথা মতামত কামনা কৰিছে। এই পৰামৰ্শই এই গুৰুত্বপূৰ্ণ বিষবস্তুটোৰ ক্ষেত্ৰত বিভিন্ন আঁচনি প্ৰস্তুতকৰণত অসম চৰকাৰক নিশ্চয়কৈ সহায় কৰিব।

সকলো মন্তব্য
#Assam, #MyGov, #Science&Technology, #RainWaterHarvesting
Reset
180 তথ্য পোৱা গ’ল

Happy Birthday Wishes 3 বছৰ 9 হিচাপপূৰ্বে

बड़े-बड़े कल-कारखानों में स्वच्छ जल को इस्तेमाल कर बर्बाद किया जाता है। ऐसे में वर्षा जल का संचयन करके उपयोग में लेना जल सुरक्षित करने का बेहतरीन उपाय है। वर्षा जल किसानों के लिए सबसे कारगर साबित हुआ है,ज्यादातर किसान गर्मियों के महीने में बहुत ही आसानी से जल संचय द्वारा जल संकट को दूर कर पटवन का काम कर सकते हैं। https://www-happybirthdaywishes.com

JoyGhosh 3 বছৰ 10 হিচাপপূৰ্বে

1. वर्षाकाल में मकानों की छत पर गिरे जल को जमीन में पहुँचाने की व्यवस्था बना दी जाए।
2. आंगन को कच्चा रखने की पुरानी परंपराओं का पालन किया जाए।
3. कम से कम एक वृक्ष लगाया जाए।
4. पानी की बर्बादी को रोका जाए, जैसे कि उपयोग के बाद नल को बंद कर दिया जाए।
5. सरकारी प्रयास और वैज्ञानिक शोधों से इस समस्या का आंशिक समाधान ही निकलेगा, किंतु यदि सामान्यजन इस बात को समझ लें, तो बूँद-बूँद से धड़ा भरते देर नहीं लगेगी। https://thespiritualuniverse.in

Jyotiska boruah 3 বছৰ 10 হিচাপপূৰ্বে

হয় ৷ পানী সংৰক্ষণ কৰিৱ পৰা ব্যৱস্থাটো অসমত বাধ্যতামূলক হৱ লাগে ৷ পানী সংৰক্ষণৰ ওপৰত সজাগতামূলক সভা সমিতি কৰাত চৰকাৰে গুৰুত্ব দিয়াৰ লগতে জনসাধৰণৰ মাজত সজাগতামূলক ব্যৱস্থা হৱ লাগে ৷

Jyotiska boruah 3 বছৰ 10 হিচাপপূৰ্বে

বৰষুণৰ পানী সংৰক্ষনৰ ব্যৱস্হাটোৱে আমাক বহুত উপকাৰ সাধে ৷ গতিকে প্ৰতিখন গাঁওত এনে সংৰক্ষনৰ ব্যৱস্থা বাধ্যতামূলক হলে আৰু ভাল হৱ ৷