You don't have javascript enabled. Please Enabled javascript for better performance.

বৃহত পৰিসৰৰ বৰষুণৰ পানী সংৰক্ষণ বিষয়ক মতামতৰ আহ্বান

Start Date: 01-07-2017
End Date: 30-07-2022

অসমৰ গড় হিচাবে বাৰ্ষিক বৰষুণৰ পৰিমাণ হৈছে ২৮১৮ মিমি, য’ত কেৱল ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসমৰ গড় হিচাবে বাৰ্ষিক বৰষুণৰ পৰিমাণ হৈছে ২৮১৮ মিমি, য’ত কেৱল গুৱাহাটী চহৰতে বাৰ্ষিক ১৬৯৮ মিমি বৰষুণ হয়। অৱশ্যে এই বৰষুণৰ প্ৰৱণতা সুষম নহয়, অঞ্চল ভেদে ভিন ভিন। ফলত ইয়াৰে কিছুমান ঠাই হৈ পৰে অতিমাত্ৰা বৰষুণৰ ঠাই, আৰু অইন অঞ্চল হৈ পৰে বৰষুণ বিহীন অঞ্চল। ইয়াতে আহি পৰে বৰষুণৰ পানী সংৰক্ষণৰ গুৰুত্ব।
অসমত বৰষুণৰ পানী সংৰক্ষণৰ বিশেষ গুৰুত্ব আছে। যদি এই সংৰক্ষণ বৃহত কলেবৰত কৰিব পৰা যায় তেন্তে ই বানপানীকে ধৰি খৰাং, ভূমি স্খলন, পানীৰ অভাৱ আদি সমস্যা সমূহ সমাধান কৰাত সহায়ক হৈ উঠাৰ যথেষ্ট থল আছে। সংৰক্ষিত পানী বিভিন্ন কাম কাজ যেনে কৃষি, পশুপালন, আন্ত:গাথনি উন্নয়ন আদিৰ কামতো ব্যৱহাৰ কৰিব পাৰি।
অসম চৰকাৰে বৃহত পৰিসৰৰ বৰষুণৰ পানী সংৰক্ষণৰ বিভিন্ন দিশ সম্পৰ্কে ৰাইজৰ পৰা দিহা-পৰামৰ্শ তথা মতামত কামনা কৰিছে। এই পৰামৰ্শই এই গুৰুত্বপূৰ্ণ বিষবস্তুটোৰ ক্ষেত্ৰত বিভিন্ন আঁচনি প্ৰস্তুতকৰণত অসম চৰকাৰক নিশ্চয়কৈ সহায় কৰিব।

সকলো মন্তব্য
#Assam, #MyGov, #Science&Technology, #RainWaterHarvesting
Reset
180 তথ্য পোৱা গ’ল

RAJESH MAHATO 3 বছৰ 11 হিচাপপূৰ্বে

RWH can be done in homes, apartments, societies, schools, institutions, commercial premises and any other space as long as there is a catchment area in the form of a roof or open space to capture the rain.
Domestic rainwater harvesting is a relatively simpler affair, where even a rain barrel can serve as a storage unit for rooftop RWH. Individual homes have successfully implemented this easy and eco-friendly method of augmenting household-level water availability.

Shashi bhushan singh chauhan 4 বছৰ 2 সপ্তাহ পূৰ্বে

यदि हम तत्काल कुछ अनुपयोगी योजनाओ को बंद कर और अन्य स्रोतों से बचत किये हुए धनराशि से ब्रह्मपुत्र नदी से सुखेग्रस्त क्षत्रों में नहर बनाया जाए व वर्षों का जल उन नेहरो में जाये कुछ इस प्रकार की योजना व परियोजना अभियान चलाए तो जल को बचाने और सही उपयोग में बहुत सहायता मिलेगी ।

Shashi bhushan singh chauhan 4 বছৰ 3 সপ্তাহ পূৰ্বে

जो नदिया व दरिया गर्मियों में सुख जाती हो या पानी बहुत ही कम हो जाता है उन नदियों या दरिया तक नहर बनाया जाए जिसमे से होकर वर्षा का जल उनमे मिले जिससे पूरे वर्ष पानी उपलब्ध रहे ।

Shashi bhushan singh chauhan 4 বছৰ 1 monthপূৰ্বে

सभी खेतो में व घरो के आसपास भूमिगत पानी संरक्षित करने के लिए बड़े बड़े टैंक राज्य सरकार की मदद से बनाना चाहिए , ये पहल राजस्थान क्षेत्र में भी अपनाया जा रहा है ।

Jyotiska boruah 4 বছৰ 5 হিচাপপূৰ্বে

বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্হাৰে কৃষি কৰ্ম কৰাৰ লগতে বিভিন্ন কামত লগাৱ পৰা উপায় উদ্ভাৱন কৰাটো বৰ্তমান নিতান্তই প্ৰয়োজন ৷