You don't have javascript enabled. Please Enabled javascript for better performance.

বৃহত পৰিসৰৰ বৰষুণৰ পানী সংৰক্ষণ বিষয়ক মতামতৰ আহ্বান

Start Date: 01-07-2017
End Date: 30-07-2022

অসমৰ গড় হিচাবে বাৰ্ষিক বৰষুণৰ পৰিমাণ হৈছে ২৮১৮ মিমি, য’ত কেৱল ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসমৰ গড় হিচাবে বাৰ্ষিক বৰষুণৰ পৰিমাণ হৈছে ২৮১৮ মিমি, য’ত কেৱল গুৱাহাটী চহৰতে বাৰ্ষিক ১৬৯৮ মিমি বৰষুণ হয়। অৱশ্যে এই বৰষুণৰ প্ৰৱণতা সুষম নহয়, অঞ্চল ভেদে ভিন ভিন। ফলত ইয়াৰে কিছুমান ঠাই হৈ পৰে অতিমাত্ৰা বৰষুণৰ ঠাই, আৰু অইন অঞ্চল হৈ পৰে বৰষুণ বিহীন অঞ্চল। ইয়াতে আহি পৰে বৰষুণৰ পানী সংৰক্ষণৰ গুৰুত্ব।
অসমত বৰষুণৰ পানী সংৰক্ষণৰ বিশেষ গুৰুত্ব আছে। যদি এই সংৰক্ষণ বৃহত কলেবৰত কৰিব পৰা যায় তেন্তে ই বানপানীকে ধৰি খৰাং, ভূমি স্খলন, পানীৰ অভাৱ আদি সমস্যা সমূহ সমাধান কৰাত সহায়ক হৈ উঠাৰ যথেষ্ট থল আছে। সংৰক্ষিত পানী বিভিন্ন কাম কাজ যেনে কৃষি, পশুপালন, আন্ত:গাথনি উন্নয়ন আদিৰ কামতো ব্যৱহাৰ কৰিব পাৰি।
অসম চৰকাৰে বৃহত পৰিসৰৰ বৰষুণৰ পানী সংৰক্ষণৰ বিভিন্ন দিশ সম্পৰ্কে ৰাইজৰ পৰা দিহা-পৰামৰ্শ তথা মতামত কামনা কৰিছে। এই পৰামৰ্শই এই গুৰুত্বপূৰ্ণ বিষবস্তুটোৰ ক্ষেত্ৰত বিভিন্ন আঁচনি প্ৰস্তুতকৰণত অসম চৰকাৰক নিশ্চয়কৈ সহায় কৰিব।

সকলো মন্তব্য
#Assam, #MyGov, #Science&Technology, #RainWaterHarvesting
Reset
82 তথ্য পোৱা গ’ল
25160

Jyotiska boruah 4 হিচাপ 1 সপ্তাহ পূৰ্বে

বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্হাৰে কৃষি কৰ্ম কৰাৰ লগতে বিভিন্ন কামত লগাৱ পৰা উপায় উদ্ভাৱন কৰাটো বৰ্তমান নিতান্তই প্ৰয়োজন ৷

4720

Barindra Das 4 হিচাপ 1 সপ্তাহ পূৰ্বে

যদিও ব্ৰক্ষ্মপুত্ৰই অসমৰ প্ৰধান নদী, কিন্তু প্ৰকৃতাৰ্থত গোটেই অসমখন সৰু বৰ অসংখ্য খাল বিল জান জুৰি আদিৰে ভৰি আছে। মুল নদী সমুহ গভীৰ আৰু চুবুৰীয়া পাহাৰীয়া ৰাজ্য সমুহৰ পৰা বৈ অহা জল ৰাশি ধৰি ৰাখে। কিন্তু আমাৰ দেশৰ ভিতৰত যি বৰষুণৰ ফলত পানী জমা হয় সেই সমুহ কিন্তু প্ৰথমেই ধৰি ৰাখে এই খাল বিল, পুখুৰী, জান জুৰি সমুহে, কিন্তু পৰিতাপৰ কথা হ’ল বেছি সংখ্যক এই খাল বিল অবৈধ দখলৰ কবলত পৰি মানুহে পুতি পেলাইছে বা বাসোপযোগী বা ব্যৱসায়িক কামত অথবা ছাহ বাগান হিচাপে গঢ়ি তুলিছে, ফলস্বৰূপেই কৃত্ৰিম বানৰ সৃষ্টি হৈছে।

420

UjjalGorh 6 হিচাপ 2 সপ্তাহ পূৰ্বে

Rain is a part of the natural changes of the environment when you see the water scarcity in many parts of the collecting rain water would be a great technique. rain water harvesting is a technique through which rain can be collected and stored for future purposes

32340

SUTHAHAR P 6 হিচাপ 2 সপ্তাহ পূৰ্বে

RAIN BARRELS:
This method is the most common and one that many people are familiar with. This involves installing a barrel at a gutter downspout to collect rainwater. The actual barrel may be a recycled barrel or a new commercially available rain barrel.

Pros:

Easily implemented by anyone at any residence
Barrels are readily available in your community or at various stores & websites
Barrels don’t take up much space so they can fit into any situation.

32340

SUTHAHAR P 6 হিচাপ 2 সপ্তাহ পূৰ্বে

The amount of rainfall that you can collect is governed by the following formula:

1″ of rain x 1 sq. ft. = 0.623 gallons

Easy to Remember Formula: 1″ of rainfall over 1,000 sf will yield 623 gallons To calculate the amount of rainwater you can collect, you need to know your annual average precipitation for your area. You can use the precipitation map below to find an approximate amount for your area.

32340

SUTHAHAR P 6 হিচাপ 2 সপ্তাহ পূৰ্বে

Water is an important natural resource and is the very basis of our life. We use water for drinking, irrigation, industry, transport and for the production of hydro-electricity. Water is a cyclic resource which can be used again and again after cleaning. The best way to conserve water is its judicious use.

11130

Dr Brindha Devi V 6 হিচাপ 3 সপ্তাহ পূৰ্বে

methods to store rain water should be done
All houses should have rainwater harvesting ,all the roof tops should be connected to wells
Monetary benefits should be provided to houses that implements rainwater harvesting