You don't have javascript enabled. Please Enabled javascript for better performance.

পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত ‘জনতাৰ চৰকাৰ মাই গভ অসমলৈ’ দিহা পৰামৰ্শ প্ৰেৰণ কৰক –

পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষত স্বৰাজ প্ৰতিষ্ঠাৰ সপোন দেখিছিল। গান্ধীজীয়ে কৈছিল – ‘ভাৰতৰ আত্মা গাঁৱত লুকাই আছে, সেয়েহে গাঁৱৰ উন্নতি অবিহনে দেশৰ উন্নতিৰ কথা ভাবিবই নোৱাৰি’

স্বাধীনতাৰ পাছৰে পৰা সকলো ৰাজ্যতে পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তনৰ জৰিয়তে গাওঁসমূহক অধিক শক্তিশালী কৰি তোলাৰ লগতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে এই ব্যৱস্থাক আগবঢ়াই নিয়া হৈছে। এই পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে গাঁৱৰ জনসাধাৰণৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হয়।

বৰ্তমান সময়ত জনসাধাৰণৰ সহায় সহযোগিতা তথা দিহা-পৰামৰ্শৰ যোগেদি এই পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক উন্নয়নমুখী কৰাৰ যথেষ্ট থল আছে। এই সন্দৰ্ভত ‘জনতাৰ চৰকাৰ মাই গভ অসমে’ আপোনাৰ বহুমূলীয়া দিহা-পৰামৰ্শ কামনা কৰিছে। আপোনাৰ পৰামৰ্শসমূহ আমাক তলত মন্তব্য হিচাবে প্ৰদান কৰিব পাৰে।

সকলো মন্তব্য
Reset
40 তথ্য পোৱা গ’ল
622440

Bhawna 1 month 5 দিন পূৰ্বে

Well engineered and good quality roads, a
systematic planning process, preparation of District Rural Roads Plans
(DRRPs) as well as Core Networks in consultation with local MLAs and MPs
and elected representatives of Panchayati Raj Institutions (PRIs), are the main
features of PMGSY. This programme owes its success to managerial and
technical support of the National Rural Roads Development Agency (NRRDA).

622440

Bhawna 1 month 5 দিন পূৰ্বে

Rural Connectivity is a critical component in the socio-economic development
of rural people as it provides amenities like education, health, marketing etc.
To address the need of rural connectivity, the Pradhan Mantri Gram Sadak
Yojana (PMGSY) was formulated by the Ministry of Rural Development and
launched on 25th December, 2000.

2300

Biraj Kanti Nayak 2 হিচাপ 1 সপ্তাহ পূৰ্বে

“The future of India lies in its villages.” No doubts about the meaning of sentence. The villages are the main source of development. Unless the development of village, a country could not go further. To improve the village sector we have to increase the level of income sources at any cost where it is far limited. Literally! The unemployment is bigger in village than the urban area which leads restriction of improvement in literacy, awareness, lack of vision and village group system.

520

Samsuj Zamal 2 হিচাপ 2 সপ্তাহ পূৰ্বে

গাওঁ পঞ্চায়ত এখন উন্ন কৰিবলৈ হলে প্ৰথমে নিৰক্ষৰা দূৰ কৰিব লাগিব|প্ৰাপ্ত বয়সস্তলোক সকলক আক্ষৰিক জ্ঞান দিব লাগিব আৰু আনুষ্টানিক শিক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগিব| মহিলা সাৱলি কৰণ ও বিভিন্ন কাৰিকৰি শিক্ষাৰ প্ৰশিক্ষন দিয়াৰ ব্যৱস্তা কৰিব লাগিব| মাজে মাজে সজাগতা সভা ও সচেতন ব্যক্তি সকলৰ লগত আলোচনাত মুলিত হব লাগিব|বনানি কৰণৰ নামত অজতা,আচনি ৰূপায়ন কৰি টকা খৰচ নকৰি সামাজিক বনানিকৰণৰ কৰিলে পৰিবেশ টো উন্নতি হব ও,প্ৰদুষোন মুক্ত হব|

18400

Sandeep Shaw 2 হিচাপ 2 সপ্তাহ পূৰ্বে

In order to improve the Panchayati Raj system in Assam more emphasis should be given on digital infrastructure and in order to establish such interface one requires education and sufficient hard skill to utilize that platform.
Like any other government and private jobs, the Panch of each village should have good education, aware of modern technology and gadgets along with sound soft and hard skills.

78400

Susanta Kumar Pattnaik 5 হিচাপ 1 সপ্তাহ পূৰ্বে

Villages comprises illiteracy,poverty,ignorance and no update information on developmental opportunities.Pachayat is a village hall and community center are cardinal to promote healthy visions.Corruption and social elements,political nerves and govt officials are identical tocatalyst to National address.Thus spreading of social education wide , reaching information to unreachable,effectiveness on Govt services and Peoples participation is the best regards.Rural are conservative and Panchayat mos

760

SAIDUR RAHMAN 5 হিচাপ 3 সপ্তাহ পূৰ্বে

গাওঁসমূহ স্বচ্চ ও সেউজ হৈ থকাটো সকলোৱে বিচাৰে....এইয়া একেবাৰেই সহজো...! আপোনালোকে চহৰ একোখন সেউজ ও স্বচ্চ কৰিবলৈ কি কৰিছে বাৰু ? সেইটোত সফলতা পোৱাহে প্ৰশংসা পোৱা কথা হ'ব ! আনহাতে,ৰাজ্যখনৰ কিমান নদী প্ৰদূষিত আপোনালোকে জানেনে ? 44 খন প্ৰদূষিত নদী অসমত আছে আৰু বিগত ডেৰ বছৰত 16 খনকৈ নদী প্ৰদূষণৰ কবলত পৰিছে ! গতিকে, সেইবোৰক প্ৰদূষণ মুক্ত কৰাৰ ব্যৱস্হা কৰক ! website: https://www.godigitalzone.in/

153490

Santanu Datta 6 হিচাপ 3 সপ্তাহ পূৰ্বে

To establish Panchayati Raj in village first of all education for everybody must be assured. Without education no system can be successful. Fund supply from government to directly Pancayat will be misused without proper educated person. Accountability to every member of pancayat must be established to stop corruption. Health and education are needed to make healthy to establish healthy Pancayat Raj.