You don't have javascript enabled. Please Enabled javascript for better performance.

পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত ‘জনতাৰ চৰকাৰ মাই গভ অসমলৈ’ দিহা পৰামৰ্শ প্ৰেৰণ কৰক –

Start Date: 29-11-2018
End Date: 31-12-2019

পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষত স্বৰাজ প্ৰতিষ্ঠাৰ সপোন দেখিছিল। গান্ধীজীয়ে কৈছিল – ‘ভাৰতৰ আত্মা গাঁৱত লুকাই আছে, সেয়েহে গাঁৱৰ উন্নতি অবিহনে দেশৰ উন্নতিৰ কথা ভাবিবই নোৱাৰি’

স্বাধীনতাৰ পাছৰে পৰা সকলো ৰাজ্যতে পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তনৰ জৰিয়তে গাওঁসমূহক অধিক শক্তিশালী কৰি তোলাৰ লগতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে এই ব্যৱস্থাক আগবঢ়াই নিয়া হৈছে। এই পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে গাঁৱৰ জনসাধাৰণৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হয়।

বৰ্তমান সময়ত জনসাধাৰণৰ সহায় সহযোগিতা তথা দিহা-পৰামৰ্শৰ যোগেদি এই পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক উন্নয়নমুখী কৰাৰ যথেষ্ট থল আছে। এই সন্দৰ্ভত ‘জনতাৰ চৰকাৰ মাই গভ অসমে’ আপোনাৰ বহুমূলীয়া দিহা-পৰামৰ্শ কামনা কৰিছে। আপোনাৰ পৰামৰ্শসমূহ আমাক তলত মন্তব্য হিচাবে প্ৰদান কৰিব পাৰে।

সকলো মন্তব্য
Reset
43 তথ্য পোৱা গ’ল
931060

Susanta Kumar Pattnaik 4 বছৰ 10 হিচাপপূৰ্বে

Villages comprises illiteracy,poverty,ignorance and no update information on developmental opportunities.Pachayat is a village hall and community center are cardinal to promote healthy visions.Corruption and social elements,political nerves and govt officials are identical tocatalyst to National address.Thus spreading of social education wide , reaching information to unreachable,effectiveness on Govt services and Peoples participation is the best regards.Rural are conservative and Panchayat mos

1520

SAIDUR RAHMAN 4 বছৰ 10 হিচাপপূৰ্বে

গাওঁসমূহ স্বচ্চ ও সেউজ হৈ থকাটো সকলোৱে বিচাৰে....এইয়া একেবাৰেই সহজো...! আপোনালোকে চহৰ একোখন সেউজ ও স্বচ্চ কৰিবলৈ কি কৰিছে বাৰু ? সেইটোত সফলতা পোৱাহে প্ৰশংসা পোৱা কথা হ'ব ! আনহাতে,ৰাজ্যখনৰ কিমান নদী প্ৰদূষিত আপোনালোকে জানেনে ? 44 খন প্ৰদূষিত নদী অসমত আছে আৰু বিগত ডেৰ বছৰত 16 খনকৈ নদী প্ৰদূষণৰ কবলত পৰিছে ! গতিকে, সেইবোৰক প্ৰদূষণ মুক্ত কৰাৰ ব্যৱস্হা কৰক ! website: https://www.godigitalzone.in/

6126000

Santanu Datta 4 বছৰ 11 হিচাপপূৰ্বে

To establish Panchayati Raj in village first of all education for everybody must be assured. Without education no system can be successful. Fund supply from government to directly Pancayat will be misused without proper educated person. Accountability to every member of pancayat must be established to stop corruption. Health and education are needed to make healthy to establish healthy Pancayat Raj.

59230

SANJEEV KUMAR 4 বছৰ 11 হিচাপপূৰ্বে

There are many more problems in the village,I think there should be every month surveillance in the villages by government officials,so that the panchayats of the villages not do any type of corruption or they dont take wrong decions.first of all chief minister of respestive states should make a body comprising of some ministers who will check every decision of panchayat.panchayat of every village should be atleast graduate.education system of villages should be improved and their labour wages.

59230

SANJEEV KUMAR 4 বছৰ 11 হিচাপপূৰ্বে

Some of the development work taken up by Gram Panchayat under MGNERGA are actually harassing the public in the name of development activities being undertaken.This event occurred on 26th April 2019 in the village Baidyagarh, under work ID 0407006009/IC/9010225432.The name of the work is construction of Agribundh. Under the leadership of the GP president Mr. Dulu Bhuyan have encroached our family property ( land area of almost more than 300 sqft)and widened the road.Authorities pls take action

59230

SANJEEV KUMAR 4 বছৰ 11 হিচাপপূৰ্বে

There are many more problems in the village,I think there should be every month surveillance in the villages by government officials,so that the panchayats of the villages not do any type of corruption or they dont take wrong decions.first of all chief minister of respestive states should make a body comprising of some ministers who will check every decision of panchayat.panchayat of every village should be atleast graduate.education system of villages should be improved and their labour wages.

300

Gautama Roy 4 বছৰ 11 হিচাপপূৰ্বে

পঞ্চায়ত ব্যৱস্থা শক্তিশালী কৰিবলৈ মোৰ ফালৰ পৰা কেইটিমান পৰামৰ্শ দাঙি ধৰিলোঁ।
1, পঞ্চায়ত হল আটাইতকৈ বেছি দুৰ্নীতি হোৱা বিভাগ, পঞ্চায়ত ব্যৱস্থা শক্তিশালী কৰিবলৈ হলে ইয়াত হৈ থকা দুৰ্নীতি ফাদিল কৰিব লাগিব আৰু উপযুক্ত শাস্তি দিব লাগিব।
2, MGNREGA এনেকুৱা এটা আঁচনি যত কেৱল দুৰ্নীতি,গতিকে এই আঁচনি পাৰিলে বন্ধ কৰক নহলে ইয়াৰ কিবা এটা ফলপ্ৰসূ বিকল্প ব্যৱস্থা গ্ৰহণ কৰক।
3, পঞ্চায়তৰ প্ৰতিটো কাম কাজৰ বিৱৰণ সকলোতে উপলব্ধ কৰাৰ ব্যৱস্থা কৰক যাতে প্ৰতিটো কাম সম্পৰ্কে ৰাইজ জ্ঞাত হয়। cont....

8870

Mohammad Dilshad 4 বছৰ 11 হিচাপপূৰ্বে

Assam has a population of 3 Cr. The state must be restructured into 20 Districts with a population of 15 Lac. each. Every such district should be organised into 15 Blocks, each with a population of 1 Lac. Every such Block must be restructured into 20 Units of administration- either a Village Unit with a Panchayat or a Town with a Municipality. Each such micro-unit of administration with an elected body in line with the spirit of the 73rd & 74th Amendments of the Const. will help.