You don't have javascript enabled. Please Enabled javascript for better performance.

কন্যা শিশুৰ ক্ষেত্ৰত এক সবল সামাজিক স্থিতি গঢ়ি তোলাৰ উদ্দেশ্যে পৰামৰ্শৰ আহ্বান

Start Date: 22-01-2019
End Date: 31-12-2022

যিসময়ত সমাজৰ মহিলাই অসীম ধৈৰ্য, সাহস আৰু একাগ্ৰতাৰে বিভিন্ন দিশত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

যিসময়ত সমাজৰ মহিলাই অসীম ধৈৰ্য, সাহস আৰু একাগ্ৰতাৰে বিভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শনেৰে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে সেই সময়তে কিন্তু সেই একেখন সমাজতেই আন একাংশই কন্যা শিশু জন্ম হোৱাটো এক অভিশাপ ৰূপে গণ্য কৰি আহিছে। যুগ যুগ ধৰি আমাৰ সমাজৰ সকলো ক্ষেত্ৰতে মহিলাৰ পৰিৱৰ্তে পুৰুষক প্ৰাধান্য তথা অগ্ৰাধিকাৰ দিয়াৰ মানসিকতাই মহিলাসকলক বিভিন্ন ক্ষেত্ৰত অৱহেলিত হিচাবে গণ্য কৰা দেখা যায়। ভ্ৰূণ হত্যা, শাৰীৰিক আৰু মানসিক নিৰ্যাতন, লিংগ বৈষম্য আদি সমাজৰ ব্যাধিসমূহৰ বাবে এতিয়াও আমাৰ সমাজখন বিভিন্ন ক্ষেত্ৰত পিছপৰি ৰৈছে। এনে পৰিপ্ৰেক্ষিতত এক সুস্থ বাতাবৰণ সৃষ্টিৰে কন্যা শিশুসকলৰ উপযুক্ত সুৰক্ষা প্ৰদান কৰাটো এগৰাকী সচেতন নাগৰিক হিচাবে আমাৰ প্ৰত্যেকৰে প্ৰধান দায়িত্ব হোৱা উচিত। উপযুক্ত শিক্ষা প্ৰদানেৰে প্ৰতিগৰাকী কন্যা শিশুক একো একোগৰাকী সু- নাগৰিক ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই দায়ৱদ্ধ হোৱাতো সময়ৰ এক আহ্বান।

“ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস” উপলক্ষে জনতাৰ চৰকাৰ মাই গভ্‍ অসমে নিম্ন উল্লেখিত দিশসমূহৰ ক্ষেত্ৰত জনসাধাৰণৰ পৰামৰ্শ বিচাৰিছে।

• কন্যা শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত সামাজিক দায়ৱদ্ধতা
• কন্যা শিশুৰ অধিকাৰ, আশা-আকাংক্ষা পূৰণ আদিৰ ক্ষেত্ৰত সজাগতা সৃষ্টি
• কন্যা শিশুৰ নিৰাপত্তা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত সমাজৰ স্থিতি

তলত মন্তব্য হিচাবে আপোনাৰ মতামত সমূহ আমালৈ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
397 তথ্য পোৱা গ’ল
100

MANASH BARMAN 1 বছৰ 3 হিচাপপূৰ্বে

Empowerment of girl child starts from home, where they are given equal opportunities like the boys in the house. It boosts their confidence to stand tall in a broader area. The education at school needs to be equal both the boys and the girls so that they are not left out in gaining knowledge and building courage to live a better and healthy life.

300

PriyambanaPathak 1 বছৰ 3 হিচাপপূৰ্বে

Empowerment of girl child starts from home, where they are given equal opportunities like the boys in the house. It boosts their confidence to stand tall in a broader area. The education at school needs to be equal both the boys and the girls so that they are not left out in gaining knowledge and building courage to live a better life.

400

BidhanDahal 1 বছৰ 3 হিচাপপূৰ্বে

बच्चे देश का भविष्य हैं। और लड़कियां समस्त सृष्टि की जननी हैं, इसलिए लड़कियों को शिक्षा सहित हर क्षेत्र में समान अधिकार दिए जाने चाहिए। प्रदान करने का

2250

Mosbin Rohman 1 বছৰ 3 হিচাপপূৰ্বে

It is the duty and responsibility of every individual to provide quality education to the children.They are our future generation who are going to shoulder the responsibility of the entire nation. It is the equal responsibility of the government to ensure about their health condition, education and parents financial status by ensuring the earning source

900

yogendralochib 1 বছৰ 4 হিচাপপূৰ্বে

It is unfortunately true that society still lags behind in ensuring safety for girls in many places around the world. Some steps that could help spread awareness and safeguard the rights, dignity, and aspirations of the girl child include:

Education and awareness campaigns: These can be used to educate people about the importance of girl's education and rights, and the negative impacts of discrimination and violence against girls. i write a complete list here - https://swadeshiupchar.in

540

Jyotirekha Kakoti 1 বছৰ 4 হিচাপপূৰ্বে

শিশু হৈছে দেশৰ ভৱিষ্যত। আৰু কন্যা সন্তান হৈছে গোটেই সৃষ্টিৰ জননী, গতিকে কন্যা সন্তানক শিক্ষাৰ লগতে প্ৰতিটো ক্ষেত্ৰত সমান অধিকাৰ দিয়া উচিত। প্ৰদান কৰাৰ

540

Jyotirekha Kakoti 1 বছৰ 4 হিচাপপূৰ্বে

শিশু হৈছে দেশৰ ভৱিষ্যত। আৰু কন্যা সন্তান হৈছে গোটেই সৃষ্টিৰ জননী, গতিকে কন্যা সন্তানক শিক্ষাৰ লগতে প্ৰতিটো ক্ষেত্ৰত সমান অধিকাৰ দিয়া উচিত। প্ৰদান কৰাৰ

190740

Nayan Jyoti Gowala 1 বছৰ 4 হিচাপপূৰ্বে

আমাৰ সমাজত আজিও কৰবাত নহয় কৰবাত কন্যা শিশুতকৈ পুৰুষ সন্তানক বেছি প্ৰাধান্য দিয়া দেখা যায় । কিন্তু পুৰুষ মহিলা বুলি কেৱল শৰীৰৰ বাদে কতোৱে কম পৃথক বুলি কব নোৱাৰি। শিক্ষাই হওক সমাজ গঢ় দিয়াই হওক বা কৰ্ম ক্ষেত্ৰতেই হওক ইত্যাদি মহিলা কোনোতেই পিছপৰা নহয় বৰঞ্চ পুৰুষতকৈ আগবঢ়া বুলি কলেও ভুল কোৱা নহব । সেয়েহে পুৰুষৰ দৰে মহিলাকো সমমৰ্যদা,সমঅধিকাৰ,সমস্বাধীনতা দিয়া উচিত । অভিভাৱকৰ লগতে সমাজেও এই ক্ষেত্ৰত সহযোগীতা, গুৰুত্ব দিয়া উচিত। পুৰুষ মহিলা সমান মৰ্যদা দিয়াটো অতি প্ৰয়োজনীয় আৰু উচিত ।কন