সৃজনশীল শাখা
- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
আহক সুস্বাস্থ্যৰ বাবে খাদ্যাভ্যাস সলনি কৰো
Start Date: 17-03-2020
End Date: 28-02-2021
জনসংখ্যা বৃদ্ধি, সহজ উৎপাদন, আধুনিকতাৰ প্ৰভাৱ ইত্যাদি বিভিন্ন ...
বিতং তথ্য গোপন কৰক










mukut dev choudhuruy 5 বছৰ 7 হিচাপপূৰ্বে
though green veg is good for health but excessive use of fertilizers and hormon and insecticides make the vegetables more harmful than its nutrition , more over vegetables are sold in many place unhygienic condition on foot path. people should change habit to pulses and try grow veg in kitchen garden ,
CHANDA NAGARAJU 5 বছৰ 7 হিচাপপূৰ্বে
Dear Modi ji
Please motivate URBAN youth Generation to cultivate ROOF TOP Forming especially Vegetables inorder to Skip from Chemical fertilizers. plz provide sufficient Infrastruvture and give proper guidance. make it mandatory for who have take house loan.
Bijoy Dey 5 বছৰ 7 হিচাপপূৰ্বে
স্বাস্হই সম্পদ বুলি এষাৰ কথা আছে. সুস্বাস্হ বযায় ৰাখিবলৈ আমাৰ খাদ্যভ্যাষৰ ওপৰত চকু দিব লাগিব. পালো খালো অভ্যাস এৰিব লাগিব. ৰাতিপুৱা,দুপৰিয়া আৰু ৰাতি খাদ্য খোৱাৰ সময় মানি চলিব লাগিব. ৰাতি লঘু আহাৰ গ্রহন কৰিব লাগে. সদায় পুষ্টিদায়ক খাদ্য গ্রহন কৰিব লাগে.
JAYANTA TOPADAR 5 বছৰ 7 হিচাপপূৰ্বে
Sir,
It's time to recheck our food habits and stop wasting our hard-earned money on expensive food outdoors and along with that a horde of spreading diseases are brought within without even our knowledge. Why are we so careless while consuming food items? Why can't we control our taste buds and allow our tongue to taste only balanced diet, no other unhygienic & unhealthy food stuff?Our belly is not a garbage bin to fill in anything & everything!
ThuTo live a long life, live well.
JAYANTA TOPADAR 5 বছৰ 7 হিচাপপূৰ্বে
Sir,
Indeed, we ought to check our food habits with keen attention and wherever we find ourselves in health issues (due to unhygienic fast food outside), we must STOP there & then and go back to our homemade food. Let's listen to our body clock and change our improper food habits for the sake of our long life. We can easily look back to our ancient times when our firefathers mainly depended upon homemade food -- the natural supply of vegetables & other types of balanced diet. Time fir a break!
PROSHANTA PURKAYASTHA 5 বছৰ 7 হিচাপপূৰ্বে
I always tries for balanced diet so that my fitness remain. I regularly do exercise for one hour in the morning. Early to bed and early to rise become my habit. Thank u.
Jyotiska boruah 5 বছৰ 7 হিচাপপূৰ্বে
নাহৰকটীয়া,নামৰূপ, জয়পুৰ অঞ্চলত বৰ্তমান জৈৱিক চাহ পদ্ধতিৰে চাহ উৎপাদনৰ পথ মুকলি হৈছে ৷ কিন্তু উপযুক্ত বজাৰৰ অভাৱত কিছু পৰিমানেহে লাভাম্বিত হৈছে ৷ এইবিলাক অঞ্চলত কেইজনমান কৃষকে এই পদ্ধতিৰে অৰ্থ উপাৰ্জন কৰিছে যদিও উপযুক্ত বজাৰৰ অভাৱত কেতিয়াবা বিভিন্ন সমস্যাত ভূগিৱলগীয়াও হৈছে ৷ চৰকাৰে এইক্ষেত্ৰত সহায় সহযোগীতা তথা যথোপযুক্ত উদ্যোগিক ভূমিকা পালন কৰিলে কৃষক সকল উপকৃত হোৱাৰ ওপৰিও নতুন প্ৰজন্মৰ বাৱে স্বাৱলম্বীতাৰ এক নিৰ্ণায়ক নতুন পথৰ সন্ধান হৱ ৷
Jyotiska boruah 5 বছৰ 7 হিচাপপূৰ্বে
স্বাস্হ্যই পৰম ধন আৰু সম্পদ ৷ বৰ্তমান অসমৰ কৃষিত ৰাসায়নিক সাৰ,কীটনাশক দৰৱ সমূহৰ প্ৰয়োগৰ ফলত মানুহৰ শৰীৰত বিভিন্ন ৰোগৰ উপসৰ্গই দেখা দিয়াৰ উপৰিও শিশুৰ পৰা বয়োজেস্ঠ,তথা জীৱজন্তুও মৃত্যু মূখত পৰিছে ৷ জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম কৰা আৰু কৃষক সকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিৱলৈ ৰাজহুৱা সভা সমিতিৰ বৰ্তমান নিতান্তই প্ৰয়োজন হৈ পৰিছে ৷তদুপৰি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱ পৰিহাৰ কৰি সম্পূৰ্ণ জৈৱিক চাহ উৎপাদনত চৰকাৰে উদগনি দিলে চাহৰ বজাৰৰ লগতে স্বাস্হ্যও সুন্দৰ হৱ ৷
Dr Krishajit Baruah 5 বছৰ 7 হিচাপপূৰ্বে
How can changing lifestyle in that situation Corona Viruses are mostly effects in the world. I thinks firstly give up bad habits as drinking alcoholic products and avoid intake in wanted medicines,avoid intake unsafe products as chocolate, biscuits, icecream,snakes etc
Daily eat a little meals as making routinely intervals 2hourly.
Vijayakumar T 5 বছৰ 8 হিচাপপূৰ্বে
Good