You don't have javascript enabled. Please Enabled javascript for better performance.

আহক সুস্বাস্থ্যৰ বাবে খাদ্যাভ্যাস সলনি কৰো

Start Date: 17-03-2020
End Date: 28-02-2021

জনসংখ্যা বৃদ্ধি, সহজ উৎপাদন, আধুনিকতাৰ প্ৰভাৱ ইত্যাদি বিভিন্ন ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

জনসংখ্যা বৃদ্ধি, সহজ উৎপাদন, আধুনিকতাৰ প্ৰভাৱ ইত্যাদি বিভিন্ন কাৰকৰ ফলত বৰ্তমান সময়ত ৰাসায়নিক দ্ৰৱ্য মিহলাই সাৰ প্ৰস্তুত কৰি শাক-পাচলিৰ উৎপাদনৰ সহজ পদ্ধতি অৱলম্বনৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব আৰোপ কৰা দেখা যায়। আমাৰ শৰীৰৰ বাবে অতিকৈ ক্ষতিকাৰক এনে শাক-পাচলিসমূহ গ্ৰহণ কৰাৰ ফলত আমাৰ দৈনন্দিন জীৱন ভয়াৱহভাৱে ক্ষতি হ’বলৈ ধৰিছে। ইয়াৰ উপৰিও বহুল জনপ্ৰিয় ফাষ্ট ফুডজাতীয় খাদ্য বিভিন্ন ৰোগ সৃষ্টিৰ অন্যতম কাৰক হিচাবে বিবেচিত হৈছে। মুখৰ জুতিৰ বাবে এনেবোৰ খাদ্য গ্ৰহণ কৰি আমি নিজেই নিজৰ স্বাস্থ্যৰ সুৰক্ষাৰ দিশটোক আওকাণ কৰি আহিছো।

কিন্তু ইয়াৰ মাজতেই একাংশ লোক কিছু ব্যতিক্ৰম। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যন্ত সচেতন আমাৰ সমাজৰ কিছু সংখ্যক লোকে দৈনন্দিন ব্যস্ততাৰ মাজতো ব্যায়াম, যোগ চৰ্চা ইত্যাদিৰ সমান্তৰালভাৱে উচিত খাদ্যাভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ লৈছে । জৈৱিক কৃষি পদ্ধতি অৱ্লম্বন কৰি, জৈৱিক কৃষি পদ্ধতিৰ দ্বাৰা উৎপাদিত খাদ্য গ্ৰহণ কৰি এইসকল সচেতন লোকে স্বাস্থ্য সুৰক্ষাৰ হকে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে।

সুস্বাস্থ্যৰ বাবে উচিত খাদ্যাভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত সকলোৰে মাজৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে জনতাৰ চৰকাৰ মাই গভ অসমে গ্ৰহণ কৰিছে এক বিশেষ প্ৰয়াস। এগৰাকী সচেতন ব্যক্তি হিচাবে নিজৰ স্বাস্থ্য সুৰক্ষাৰ বাবে আপুনি গঢ়ি তোলা খাদ্যাভ্যাসৰ সবিশেষ মাই গভ অসমৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ অভিজ্ঞতাই আন বহুজনক উৎসাহিত কৰিব লগতে Eat Right India মুভমেন্টৰ উদ্দেশ্য সফল কৰি তোলাত পূৰ্ণ মাত্ৰাই অৰিহণা যোগাব। আপোনাৰ অভিজ্ঞতা তলত মন্তব্য আকাৰে প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
26 তথ্য পোৱা গ’ল

Raj Asom Laskar 5 বছৰ 8 হিচাপপূৰ্বে

Vegetables are well-known for being good for your health. Most vegetables are low in calories but high in vitamins, minerals and fiber. However, some vegetables stand out from the rest with additional proven health benefits, such as the ability to fight inflammation or reduce the risk of disease.

Ramakrishna Lakshmanan 5 বছৰ 8 হিচাপপূৰ্বে

Eat right and also eat on time. Eat healthy by having a balanced meal nutritiously filled with essential nutrition. Eat right by eating only as much as required without overeating just to satisfy taste buds. Eat right by avoiding junk food as much as possible especially early in the morning and when hungry during mealtime. Eat right by having lots of fruits and vegetables. Eat right by including dryfruits, green vegetables, sprouts, etc in your daily diet.

  •