- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
Pedal Against Pollution চাইকেল ৰেলী
৫ জুন বিশ্ব পৰিৱেশ দিৱ্সৰ সৈতে সংগতি ৰাখি অসমৰ চাৰিখন ঠাইত ...
৫ জুন বিশ্ব পৰিৱেশ দিৱ্সৰ সৈতে সংগতি ৰাখি অসমৰ চাৰিখন ঠাইত আয়োজন কৰা হৈছে Pedal Against Pollution নামেৰে এক চাইকেল ৰেলী। ‘জনতাৰ চৰকাৰ মাই গভ অসম’-ৰ উদ্যোগত অনুষ্ঠিত এই ৰেলীৰ জৰিয়তে বায়ু প্ৰদূষণৰ বিৰুদ্ধে জন-সজাগতা বঢ়োৱাৰ প্ৰয়াস কৰা হ’ব। গুৱাহাটী, পাঠশালা, দুলীয়াজান আৰু ৰঙাপৰাত এই চাইকেল ৰেলী অনুষ্ঠিত কৰা হ’ব।
গুৱাহাটী
স্থান : গুৱাহাটী কমাৰ্চ কলেজ – নুনমাটি তেল শোধনাগাৰ - গুৱাহাটী কমাৰ্চ কলেজ
পঞ্জীয়ন : পুৱা ৬ বজা
ৰেলীৰ শুভাৰম্ভ : পুৱা ৬:৩০ বজা
পাঠশালা
স্থান : বজালী কলেজ খেলপথাৰ – পাঠশালা নগৰ - বজালী কলেজ খেলপথাৰ
পঞ্জীয়ন : পুৱা ৮ বজা
ৰেলীৰ শুভাৰম্ভ : পুৱা ৮:৩০ বজা
দুলীয়াজান
স্থান : বিহুতলী – দুলীয়াজান নগৰ - বিহুতলী
পঞ্জীয়ন : পুৱা ৮ বজা
ৰেলীৰ শুভাৰম্ভ : পুৱা ৮:৩০ বজা
ৰঙাপৰা
স্থান : আগৰৱালা সমিতি ভৱন, ঠাকুৰবাৰী ৰোড
পঞ্জীয়ন : পুৱা ৮:৩০ বজা
ৰেলীৰ শুভাৰম্ভ : দুপৰীয়া ১২ বজা
এই ৰেলীত যোগদানৰ নিশ্চয়তাৰ বাবে তলৰ মন্তব্য শিতানত I am against air pollution বাক্যশাৰীৰে নিজৰ নাম, ঠিকনা লিখাটো জৰুৰী। মাই গভ অসম পৰ্টেলত পঞ্জীয়ন নকৰা সকলে এই পৰ্টেলৰ পঞ্জীয়ন শাখাত গৈ নিজৰ নাম পঞ্জীয়ন কৰি লব পাৰিব।
somnath dahal 4 বছৰ 10 হিচাপপূৰ্বে
Iam against pollution
Name. Somnath Dahal
Guwahati Assam
Swachh Bharat Jai hind
Prasurjya eli Rongpi 4 বছৰ 10 হিচাপপূৰ্বে
I am against Pollution
Prasurjya Eli Rongpi, Guwahati
Dharmendra Kumar 4 বছৰ 10 হিচাপপূৰ্বে
Cycle to cycle your health2.Cycle to maintain oxygen cycle water cycle Nitrogen cycle and carbon cycle because nature has many cycles so have a bicycle .
Winner Winner Chiken Dinner 4 বছৰ 10 হিচাপপূৰ্বে
I'm against pollution
Prangshuman Das 4 বছৰ 10 হিচাপপূৰ্বে
I am against air pollution
Prangshuman Das, Guwahati
Comedy Videos 4 বছৰ 10 হিচাপপূৰ্বে
I am against air pollution
Aditya Ray
Guwahati
Partha sarkar 4 বছৰ 10 হিচাপপূৰ্বে
Am against air pollution....
Name-Partha sarkar
Mangaldai, darrang, Assam.pin-784125
Hirak jyoti talukdar 4 বছৰ 10 হিচাপপূৰ্বে
I am against air pollution
Hiranya Das 4 বছৰ 10 হিচাপপূৰ্বে
I am against air pollution
BISWANATH PANDA 4 বছৰ 10 হিচাপপূৰ্বে
Dear sir
Swachha sudha bAyu, bAyu bishista dwichaka bAhini nAgarika.
shukhamaya mrudumaya, bAyu bishista dwichaka bAhini nAgarika.
harshita prafulita, bAyu bishista dwichaka bAhini nAgarika.
Thanks
Regards
Biswanath Panda
WIN
Balichack sahi,
Jatani,
Khorda,
Odisha,
India,
752050