You don't have javascript enabled. Please Enabled javascript for better performance.

Pedal Against Pollution চাইকেল ৰেলী

Start Date: 31-05-2019
End Date: 04-06-2019

৫ জুন বিশ্ব পৰিৱেশ দিৱ্সৰ সৈতে সংগতি ৰাখি অসমৰ চাৰিখন ঠাইত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

৫ জুন বিশ্ব পৰিৱেশ দিৱ্সৰ সৈতে সংগতি ৰাখি অসমৰ চাৰিখন ঠাইত আয়োজন কৰা হৈছে Pedal Against Pollution নামেৰে এক চাইকেল ৰেলী। ‘জনতাৰ চৰকাৰ মাই গভ অসম’-ৰ উদ্যোগত অনুষ্ঠিত এই ৰেলীৰ জৰিয়তে বায়ু প্ৰদূষণৰ বিৰুদ্ধে জন-সজাগতা বঢ়োৱাৰ প্ৰয়াস কৰা হ’ব। গুৱাহাটী, পাঠশালা, দুলীয়াজান আৰু ৰঙাপৰাত এই চাইকেল ৰেলী অনুষ্ঠিত কৰা হ’ব।

গুৱাহাটী
স্থান : গুৱাহাটী কমাৰ্চ কলেজ – নুনমাটি তেল শোধনাগাৰ - গুৱাহাটী কমাৰ্চ কলেজ
পঞ্জীয়ন : পুৱা ৬ বজা
ৰেলীৰ শুভাৰম্ভ : পুৱা ৬:৩০ বজা

পাঠশালা
স্থান : বজালী কলেজ খেলপথাৰ – পাঠশালা নগৰ - বজালী কলেজ খেলপথাৰ
পঞ্জীয়ন : পুৱা ৮ বজা
ৰেলীৰ শুভাৰম্ভ : পুৱা ৮:৩০ বজা

দুলীয়াজান
স্থান : বিহুতলী – দুলীয়াজান নগৰ - বিহুতলী
পঞ্জীয়ন : পুৱা ৮ বজা
ৰেলীৰ শুভাৰম্ভ : পুৱা ৮:৩০ বজা

ৰঙাপৰা
স্থান : আগৰৱালা সমিতি ভৱন, ঠাকুৰবাৰী ৰোড
পঞ্জীয়ন : পুৱা ৮:৩০ বজা
ৰেলীৰ শুভাৰম্ভ : দুপৰীয়া ১২ বজা

এই ৰেলীত যোগদানৰ নিশ্চয়তাৰ বাবে তলৰ মন্তব্য শিতানত I am against air pollution বাক্যশাৰীৰে নিজৰ নাম, ঠিকনা লিখাটো জৰুৰী। মাই গভ অসম পৰ্টেলত পঞ্জীয়ন নকৰা সকলে এই পৰ্টেলৰ পঞ্জীয়ন শাখাত গৈ নিজৰ নাম পঞ্জীয়ন কৰি লব পাৰিব।

সকলো মন্তব্য
Total Submissions ( 14) Approved Submissions (14) Submissions Under Review (0) জমা বন্ধ
Reset
14 তথ্য পোৱা গ’ল
  •