- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
শ্ৰীমন্ত শংকৰদেৱ বিষয়ক গদ্য বা পদ্য লিখি আমাৰ সৈতে শ্বেয়াৰ কৰক
অসমৰ সমাজ জীৱনৰ ভেটি সুদৃঢ় কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ...
অসমৰ সমাজ জীৱনৰ ভেটি সুদৃঢ় কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অমূল্য সৃষ্টিৰাজিৰে সৰ্বসাধাৰণৰ মাজত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল। নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষজনাৰ অম্লান আদৰ্শ আৰু জ্ঞানৰ জ্যোতিয়ে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰি তোলাৰ লগতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিছিল। তেৰাৰ জীৱন আদৰ্শ তথা মহৎ বাণীসমূহৰ দ্বাৰা উদ্বুদ্ধ হৈ জগতগুৰুজনাক স্মৰণ কৰাৰ বাবে তেৰাৰ বিষয়ে ৫০-১০০ শব্দৰ ভিতৰত আপোনাৰ অনুভৱ গদ্য বা পদ্য হিচাপে লিখি তলৰ মন্তব্য শাখাত আমাৰ সৈতে শ্বেয়াৰ কৰক।
প্ৰথম শ্ৰেষ্ঠ বিবেচিত ৫জনক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বাক্ষৰ সম্বলিত প্ৰমাণপত্ৰ দিয়া হ'ব৷
মন্তব্যত সম্পূৰ্ণ নাম-ঠিকনা, ম'বাইল নম্বৰ আৰু ইমেইল আই ডি সংলগ্ন কৰিব৷
অন্তিম তাৰিখ : ৫ অক্টোবৰ ২০২২