- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পোষ্টাৰ ডিজাইন প্ৰতিযোগিতা
জনসংখ্যা বৃদ্ধিৰ ফলশ্ৰুতিত সমগ্ৰ বিশ্বতে অতি চিন্তনীয়ভাৱে ...
![](https://static.mygov.in/saas/s3fs-saas/assam/mygov_1558438569170101.jpg)
জনসংখ্যা বৃদ্ধিৰ ফলশ্ৰুতিত সমগ্ৰ বিশ্বতে অতি চিন্তনীয়ভাৱে কিছুমান পৰিৱেশকেন্দ্ৰিক সমস্যাই গা কৰি উঠিবলৈ লৈছে। ভয়াৱহভাৱে বিনষ্ট হৈছে আমাৰ চৌপাশৰ পৰিৱেশটো। আমি নজনাকৈয়ে আমাৰ বায়ুমণ্ডলৰ প্ৰতি নামি আহিছে চৰম ভাবুকি। দিনক দিনে বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ সমস্যা। কল কাৰখানা, পুৰণি গাড়ী, মটৰ-চাইকেল আদিৰ পৰা নিৰ্গত হোৱা ধোৱা ইত্যাদিৰ উপৰিও আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি অহা প্লাষ্টিকজাত সামগ্ৰীসমূহ জ্বলাই দিয়াৰ ফলতো বায়ু প্ৰদূষণৰ সমস্যাটো অধিক ভয়াৱহ হৈ পৰিছে।
দিনে দিনে বৃদ্ধি পাই অহা বায়ু প্ৰদূষণৰ এনে ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ উদ্যোগত ‘জনতাৰ চৰকাৰ মাই গভ অসম’-ৰ ৱেব পৰ্টেলযোগে আয়োজন কৰিছে এক পোষ্টাৰ ডিজাইন প্ৰতিযোগিতাৰ।
যোগদানৰ অন্তিম তাৰিখ : ৩ জুন
প্ৰথম পুৰস্কাৰ - ১০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ - ৭,০০০ টকা
তৃতীয় পুৰস্কাৰ - ৫,০০০ টকা
নিয়মাৱলী:
• অংশগ্ৰহণৰ বাবে assam.mygov.in ত পঞ্জীয়ন কৰাটো বাধ্যতামূলক।
• পোষ্টাৰত বায়ু প্ৰদূষণ সন্দৰ্ভত এক সজাগতামূলক বাৰ্তা থকাটো জৰুৰী
• ডিজাইন PDF অথবা JPG ফৰ্মেটত জমা দিব লাগিব। ফাইলৰ আকাৰ ১০MB তকৈ অধিক হ’ব নোৱাৰিব
MANISHA MEDHI 5 বছৰ 8 হিচাপপূৰ্বে
POSTER MADE BY: MANISHA MEDHI
ADDRESS:SIVANAGAR, EAST AMULAPATTY, NAGAON
EMAIL ID: manisha.medhi@gamil.com
MOBILE NO.: 9859566450
Seuj Pallav Khataniar 5 বছৰ 8 হিচাপপূৰ্বে
Entry for 'Perils of Air Pollution' themed poster design competition:
As there are lots of harmful effects of air pollution, so tried to give only some of the main harmful effects of air pollution on both human body & on our ecosystem through a visual/infographic representation.
At last a message is given to all the people to maximize the use of green energy for reduction of air pollution.
Seuj Pallav Khataniar,Jorhat
mail id : khataniar.seujpallav@gmail.com
HRISHIKESH MISRA 5 বছৰ 8 হিচাপপূৰ্বে
Name: HRISHIKESH MISRA
Email id: Manash30august@gmail.com
Phone no.:9435119236
7636066970
Jadab Das 5 বছৰ 8 হিচাপপূৰ্বে
Name-Jadab Das
Email-jadabdas755@gmail.com
Phone-6001222082
MRIGENDRA KUMAR DAS 5 বছৰ 8 হিচাপপূৰ্বে
NAME-MRIGENDRA KUMAR DAS
email- mrigenkumard@gmail.com
phone- 7002893861
Bhaskar Jyoti nath 5 বছৰ 8 হিচাপপূৰ্বে
pH no 9101111033
yogesh gopinath gawand 5 বছৰ 8 হিচাপপূৰ্বে
Name- Yogesh Gopinath Gawand email- yogesh.gawand@bharatforge.com
Mobile no.-9881913229
Poster Design Concept- On this environment day “I ve made poster on theme “Air Pollution”Ive shown our Past Environment ( Green environment) and Present Environment (Polluted environment).
Now we have to wake up & stop this Air pollution & plant more trees. My poster giving this massage.
Prerana Hazarika 5 বছৰ 8 হিচাপপূৰ্বে
Prerana Hazarika
school:Axom jatiya Bidyalaya,khanamukh.
Dist.:Sivasagar
Snigdha Gautom 5 বছৰ 8 হিচাপপূৰ্বে
Miss Snigdha Gautam
H. S. First year
Jorhat
"Save earth, save us"
shreeram dhidhariya 5 বছৰ 8 হিচাপপূৰ্বে
Name-Shreeram Dhidhariya
9982646866
VPO- Kushalpura , Nagaur , Rajasthan , INDIA 341303