- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পোষ্টাৰ ডিজাইন প্ৰতিযোগিতা
জনসংখ্যা বৃদ্ধিৰ ফলশ্ৰুতিত সমগ্ৰ বিশ্বতে অতি চিন্তনীয়ভাৱে ...
![](https://static.mygov.in/saas/s3fs-saas/assam/mygov_1558438569170101.jpg)
জনসংখ্যা বৃদ্ধিৰ ফলশ্ৰুতিত সমগ্ৰ বিশ্বতে অতি চিন্তনীয়ভাৱে কিছুমান পৰিৱেশকেন্দ্ৰিক সমস্যাই গা কৰি উঠিবলৈ লৈছে। ভয়াৱহভাৱে বিনষ্ট হৈছে আমাৰ চৌপাশৰ পৰিৱেশটো। আমি নজনাকৈয়ে আমাৰ বায়ুমণ্ডলৰ প্ৰতি নামি আহিছে চৰম ভাবুকি। দিনক দিনে বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ সমস্যা। কল কাৰখানা, পুৰণি গাড়ী, মটৰ-চাইকেল আদিৰ পৰা নিৰ্গত হোৱা ধোৱা ইত্যাদিৰ উপৰিও আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি অহা প্লাষ্টিকজাত সামগ্ৰীসমূহ জ্বলাই দিয়াৰ ফলতো বায়ু প্ৰদূষণৰ সমস্যাটো অধিক ভয়াৱহ হৈ পৰিছে।
দিনে দিনে বৃদ্ধি পাই অহা বায়ু প্ৰদূষণৰ এনে ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ উদ্যোগত ‘জনতাৰ চৰকাৰ মাই গভ অসম’-ৰ ৱেব পৰ্টেলযোগে আয়োজন কৰিছে এক পোষ্টাৰ ডিজাইন প্ৰতিযোগিতাৰ।
যোগদানৰ অন্তিম তাৰিখ : ৩ জুন
প্ৰথম পুৰস্কাৰ - ১০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ - ৭,০০০ টকা
তৃতীয় পুৰস্কাৰ - ৫,০০০ টকা
নিয়মাৱলী:
• অংশগ্ৰহণৰ বাবে assam.mygov.in ত পঞ্জীয়ন কৰাটো বাধ্যতামূলক।
• পোষ্টাৰত বায়ু প্ৰদূষণ সন্দৰ্ভত এক সজাগতামূলক বাৰ্তা থকাটো জৰুৰী
• ডিজাইন PDF অথবা JPG ফৰ্মেটত জমা দিব লাগিব। ফাইলৰ আকাৰ ১০MB তকৈ অধিক হ’ব নোৱাৰিব
Umakanta Sonowal 5 বছৰ 8 হিচাপপূৰ্বে
Umakanta Sonowal
Ambikagiri Nagar, Zoo Road, Guwahati
email: umakantas1384@gmail.com
Shikhamoni nath 5 বছৰ 8 হিচাপপূৰ্বে
বায়ু অবিহনে সমগ্ৰ জীৱৰ জীৱন অসম্ভৱ।
pH no 9101525461
montu nath 5 বছৰ 8 হিচাপপূৰ্বে
একেখিনি বায়ু পৃথিৱীৰ সকলো প্ৰাণীয়ে গ্ৰহণ কৰে গতিকে ইয়াক প্ৰদূষণ নকৰিব
pH no 9365426629
rupa nath 5 বছৰ 8 হিচাপপূৰ্বে
একেখিনি বায়ু পৃথিৱীৰ সকলো প্ৰাণীয়ে গ্ৰহণ কৰে গতিকে ইয়াক প্ৰদূষণ নকৰিব
pH no 9365426629
Nirupom Nath 5 বছৰ 8 হিচাপপূৰ্বে
গছক জীৱন দিয়ক আপুনি জীৱন পাৱ
pH no 6001279315
Email nirupom434@gmail.com
Jyotishmita Deka 5 বছৰ 8 হিচাপপূৰ্বে
JYOTISHMITA DEKA
KHARJARA, GOPALBAZAR, NALBARI
E-MAIL : jyotishmitadeka2002@gmail.com
Munmi Buragohain 5 বছৰ 8 হিচাপপূৰ্বে
গছ ৰুই সোঁৱৰোৱা তোমাৰ কৰ্তব্যক
সেই গছেই জীপাল কৰক তোমাৰ ভৱিষ্যত
Manash Pratim Misra 5 বছৰ 8 হিচাপপূৰ্বে
Name: MANASH PRATIM MISRA
Email id: manash30august@gmail.com
Phone no.:7636066970
9435119236
Topic:POSTER FOR WORLD ENVIRONMENT DAY
rupa nath 5 বছৰ 8 হিচাপপূৰ্বে
একেখিনি বায়ু পৃথিৱীৰ সকলো প্ৰাণীয়ে গ্ৰহণ কৰে গতিকে ইয়াক প্ৰদূষণ নকৰিব
pH no 9365426629
NIGHAT RAHEEM 5 বছৰ 8 হিচাপপূৰ্বে
NAME:NIGHAT RAHEEM BHAT
PHONE:9070153846
EMAIL: bhatnighat786abc@gmail.com