- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
বিনন্দীয়া প্ৰকৃতিয়ে আনিছে ব’হাগৰ বতৰা
ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগেই কুলি-কেতেকীৰ মাত, কপৌ-তগৰৰ সুগন্ধ, গছৰ ...

ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগেই কুলি-কেতেকীৰ মাত, কপৌ-তগৰৰ সুগন্ধ, গছৰ কোমল কুঁহিপাতে কঢ়িয়াই আনে ব’হাগৰ বতৰা ।ব’হাগৰ আগমনৰ বাতৰি পাই ন-ৰূপেৰে জিলিকি উঠে প্ৰকৃতি ।
ক’ভিড-১৯ সংক্ৰমণৰ ভয়াৱহতাই এইবাৰৰ হেঁপাহৰ বিহুটিৰ আনন্দ বহু পৰিমাণেই ম্লান কৰি পেলালে । এই জটিল সময়ছোৱাত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশটো লকডাউন ঘোষণা কৰাত ৰাইজৰ স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত বিহু উৎসৱ মুকলিমুৰীয়াকৈ উদযাপনৰ ক্ষেত্ৰতো কিছু হয়তো বাধা নিষেধ আহি পৰিছে।
উল্লেখনীয় যে, এনে সংকটময় পৰিস্থিতিত ঘৰত থাকিয়েই প্ৰকৃতিৰ মাদকতা আমি সকলোৱেই বাৰুকৈয়ে অনুভৱ কৰিছো । আমাৰ ঘৰৰ বাৰী, ফুলনি, বাগিচা, চোতালত ফুলা তগৰ-কপৌ পাহিৰ লগতে, কুঁহিপাত মেলা গছ-গছনি, কুলি-কেতেকীৰ মাত,ঘৰৰ বেলকনি অথবা খিৰিকীৰে দেখা পোৱা মনোমোহা প্ৰাকৃতিক শোভাবোৰে প্ৰতি মুহুৰ্তত বিলাইছে ব’হাগৰ বতৰা।
আপোনাৰ ঘৰৰ চৌপাশে প্ৰকৃতিয়ে কেনেদৰে ব’হাগৰ বতৰা কঢ়িয়াইছে সে্য়া কেমেৰাত আবদ্ধ কৰি ফটো অথবা ভিডিঅ’ আমাৰ সৈতে শ্বেয়াৰ কৰক । তলত মন্তব্য আকাৰেৰে আপোনাৰ বাৰ্তা আমালৈ প্ৰেৰণ কৰিব পাৰে।









Banani Behera 5 বছৰ 8 হিচাপপূৰ্বে
Sunset pic
Dilip kumar gupta 5 বছৰ 8 হিচাপপূৰ্বে
lockdown picnic!!!kill
Dilip kumar gupta 5 বছৰ 8 হিচাপপূৰ্বে
Every thing is silent
Hafijur Khan 5 বছৰ 8 হিচাপপূৰ্বে
Sunset click
Anaytullah Ahmed 5 বছৰ 8 হিচাপপূৰ্বে
My Garden flowers
DHANANJAY GOSWAMI 5 বছৰ 8 হিচাপপূৰ্বে
গছৰ নতুন কুহিপাত ওলাইছে । ঘৰৰ ওচৰৰ দৃশ্য
Shruti Chaturvedy 5 বছৰ 8 হিচাপপূৰ্বে
I have drawn Dr. Bhupen Hajarika in the lockdown period.i like drawing.
Partha sarkar 5 বছৰ 8 হিচাপপূৰ্বে
Happy bihu
JaduMoni Gogoi 5 বছৰ 8 হিচাপপূৰ্বে
বেঙেনা ফুল
Hirak Das 5 বছৰ 8 হিচাপপূৰ্বে
Name: Nishigandha Pathak
Class: LKG
Age: 4 Yrs
School: Nalanda Public School, Tihu.