You don't have javascript enabled. Please Enabled javascript for better performance.

বিনন্দীয়া প্ৰকৃতিয়ে আনিছে ব’হাগৰ বতৰা

Start Date: 13-04-2020
End Date: 30-04-2020

ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগেই কুলি-কেতেকীৰ মাত, কপৌ-তগৰৰ সুগন্ধ, গছৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগেই কুলি-কেতেকীৰ মাত, কপৌ-তগৰৰ সুগন্ধ, গছৰ কোমল কুঁহিপাতে কঢ়িয়াই আনে ব’হাগৰ বতৰা ।ব’হাগৰ আগমনৰ বাতৰি পাই ন-ৰূপেৰে জিলিকি উঠে প্ৰকৃতি ।

ক’ভিড-১৯ সংক্ৰমণৰ ভয়াৱহতাই এইবাৰৰ হেঁপাহৰ বিহুটিৰ আনন্দ বহু পৰিমাণেই ম্লান কৰি পেলালে । এই জটিল সময়ছোৱাত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশটো লকডাউন ঘোষণা কৰাত ৰাইজৰ স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত বিহু উৎসৱ মুকলিমুৰীয়াকৈ উদযাপনৰ ক্ষেত্ৰতো কিছু হয়তো বাধা নিষেধ আহি পৰিছে।

উল্লেখনীয় যে, এনে সংকটময় পৰিস্থিতিত ঘৰত থাকিয়েই প্ৰকৃতিৰ মাদকতা আমি সকলোৱেই বাৰুকৈয়ে অনুভৱ কৰিছো । আমাৰ ঘৰৰ বাৰী, ফুলনি, বাগিচা, চোতালত ফুলা তগৰ-কপৌ পাহিৰ লগতে, কুঁহিপাত মেলা গছ-গছনি, কুলি-কেতেকীৰ মাত,ঘৰৰ বেলকনি অথবা খিৰিকীৰে দেখা পোৱা মনোমোহা প্ৰাকৃতিক শোভাবোৰে প্ৰতি মুহুৰ্তত বিলাইছে ব’হাগৰ বতৰা।

আপোনাৰ ঘৰৰ চৌপাশে প্ৰকৃতিয়ে কেনেদৰে ব’হাগৰ বতৰা কঢ়িয়াইছে সে্য়া কেমেৰাত আবদ্ধ কৰি ফটো অথবা ভিডিঅ’ আমাৰ সৈতে শ্বেয়াৰ কৰক । তলত মন্তব্য আকাৰেৰে আপোনাৰ বাৰ্তা আমালৈ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Total Submissions ( 76) Approved Submissions (70) Submissions Under Review (6) জমা বন্ধ
Reset
70 তথ্য পোৱা গ’ল

Pritam Kumar Goswami 5 বছৰ 8 হিচাপপূৰ্বে

FOXTAIL ORCHID, a pinkish white flower, commonly known in Assam as KOPOU PHOOL (কপৌ ফুল) is a special type of orchid grown in the NorthEastern Part of India. It blooms in April and resembles a Fox Tail. It was accorded the status of State Flower of ASSAM in 2003. It has been since time immemorial, linked to Assamese Culture (as a symbol of merriment, love and affection) and is most conspicuous during Bohag Bihu or Rongali Bihu- not just on trees, but neatly tied to the bun of a female dancer.