- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
বন্ধৰ সময়ছোৱাত আপুনি অধ্যয়ন কৰা পাঁচখন গ্ৰন্থ অথবা উপভোগ কৰা পাঁচখন চিনেমা
ক’ভিড-১৯ -ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ২৪ মাৰ্চ ...

ক’ভিড-১৯ -ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ২৪ মাৰ্চ তাৰিখে জাৰি কৰিছে দেশজুৰি লকডাউনৰ জাননী। ২১ দিনীয়া এই লকডাউনত জনসাধাৰণক স্বাস্থ্যজনিত জৰুৰী বিধি হিচাবে নিজৰ ঘৰতে থকাৰ বাবে আহ্বান জনোৱা হৈছে। ঘৰতে থকাৰ এই দীঘলীয়া্ সময়ছোৱাত আমি পৰিয়ালৰ সৈতে কিছু মূল্যবান সময় অতিবাহিত কৰাৰ লগতে আমাৰ কিছু অভিৰুচিও পূৰণ কৰিব পাৰো। চিনেমা চোৱা অথবা কিতাপ পঢ়াতো আমাৰ বহুতৰে এক হবি। বন্ধৰ এই সময়ছোৱাত আপুনিও কিতাপ পঢ়া অথবা চিনেমা চোৱাৰ পৰিকল্পনা নিশ্চয় কৰিছে। যদি কৰিছে তেন্তে মাই গভ অসমৰ সৈতে শ্বেয়াৰ কৰক আপোনাৰ কিতাপ পঢ়া অথবা চিনেমা চোৱাৰ হবি।
বন্ধৰ সময়ছোৱাত আপুনি উপভোগ কৰা অথবা চোৱাৰ পৰিকল্পনা কৰি থকা পাঁচখন চিনেমাৰ নাম আমাক জনাওক। যদি আপুনি কিতাপ পঢ়ি ভাল পায়, তেন্তে আপুনি পঢ়ি থকা অথবা পঢ়াৰ পৰিকল্পনা কৰি থকা পাঁচখন গ্ৰন্থৰ নাম আমাক জনাওক।
গ্ৰন্থ অথবা চিনেমাৰ নাম সমূহ তলত মন্তব্য আকাৰে জনাব পাৰে।









Sanjoy Mudoi 5 বছৰ 10 হিচাপপূৰ্বে
The five books among others I have seen again during my free time of lock-down period’s are-
1. “BHAGAVAD GITA”, by Swami Prabhupada
2. “KIRTANA-GHOSHA”, by Sri Sri Sankardeva
3. “The Discovery of India”, by Jawaharlal Nehru
4. “Great Indian Novel”, by Shashi Tharoor
5. “The Argumentative Indian”, by Amartya Sen
Firdous Alam 5 বছৰ 10 হিচাপপূৰ্বে
Lockdown oot mur logot hua eti ghotonahttps://www.amazon.in/dp/B086XC8FGS/ref=cm_sw_r_other_apa_i_IfCKEbZQ48D4T .
Firdous Alam 5 বছৰ 10 হিচাপপূৰ্বে
Look how i helped a lady from KINGDOM OF SAUDI ARABIA who lost her phone . Proofs of the incident are in the last page of the E-Book . It is free in Amazon . Read it for free and get it now . Here is the link :- https://www.amazon.in/dp/B0872Y3DKB/ref=cm_sw_r_other_apa_i_aBSLEbRA2HM27
Shahnawaz 5 বছৰ 10 হিচাপপূৰ্বে
The Shawshank Redemption (1994) R | 142 min | Drama. ...
Good Will Hunting (1997) R | 126 min | Drama, Romance. ...
Forrest Gump (1994) PG-13 | 142 min | Drama, Romance. ...
Pulp Fiction (1994) ...
American Beauty (1999) ...
The Usual Suspects (1995) ...
Eternal Sunshine of the Spotless Mind (2004) ...
The Green Mile (1999)
Nipu Ranjan Chutia 5 বছৰ 10 হিচাপপূৰ্বে
1. Krishi sarathi
2. Buhi Aai Sadhu
3. Axamar Krishi Arthaniti
4. Geeta
5. Ramayana
Diganta Changmai 5 বছৰ 10 হিচাপপূৰ্বে
'তলাবন্ধ'ৰ সময়ত অধ্যয়ন কৰা গ্ৰন্থসমূহৰ অন্যতম পাঁচখনঃ
১/দেওলাংখুইঃ ৰীতা চৌধুৰী
২/মাকামঃ ৰীতা চৌধুৰী
৩/মায়াবৃত্তঃ ৰীতা চৌধুৰী
৪/এন ফ্ৰাংকৰ ডায়েৰিৰ অসমীয়া অনুবাদ
৫/উপকণ্ঠঃ ভবেন্দ্ৰ নাথ শইকীয়া
Nilakshi Deka 5 বছৰ 10 হিচাপপূৰ্বে
অধ্যয়নৰ বাবে পৰিকল্পনা কৰি থকা দুখন গ্ৰন্থ -
(1) The power of positive thinking by Norman vincent peale.
(2) You can If you Think you can by Norman vincent peale.
অধ্যয়ন কৰা তিনিখন গ্ৰন্থ -
(3) মনোমতী…..
(4) মিৰি-জীয়ৰী....
(5) শিবনাথ বৰ্মনৰ "শংকৰদেৱৰ কৃতি আৰু কৃতিত্ব"....
The epics I hv been seeing during the lock down:
(১) মহাভাৰত
(২) ৰামায়ন
Movies:- (৩) jungle book
(৪) Mission Mangal
(৫) Neerja
Hirak Das 5 বছৰ 10 হিচাপপূৰ্বে
5 Movies that I liked most -
1. সাগৰলৈ বহুদূৰ – Janhu Barua
2. অগ্নিস্নান - Bhabendra Nath Saikia
3. Apocalypto - Mel Gibson
4. The Japanese wife - Aparna Sen
5. Before Sunrise - Richard Linklater
heena farooqui 5 বছৰ 10 হিচাপপূৰ্বে
The Fountainhead. by Ayn Rand. ...
The Picture of Dorian Gray. by Oscar Wilde. ...
Lolita. by Vladimir Nabokov. ...
The Help. by Kathryn Stockett. ...
The Liar's Club. by Mary Karr.
Mridul Borah 5 বছৰ 10 হিচাপপূৰ্বে
পাঁচখন গ্ৰন্থ
১/ জীৱনৰ বাটত
২/ মনোমতী
৩/ গাঁওবুঢ়া
৪/ মহাৰথী আৰু
৫/ মৃত্যুঞ্জয়