- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
বন্ধৰ সময়ছোৱাত আপুনি অধ্যয়ন কৰা পাঁচখন গ্ৰন্থ অথবা উপভোগ কৰা পাঁচখন চিনেমা
ক’ভিড-১৯ -ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ২৪ মাৰ্চ ...

ক’ভিড-১৯ -ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ২৪ মাৰ্চ তাৰিখে জাৰি কৰিছে দেশজুৰি লকডাউনৰ জাননী। ২১ দিনীয়া এই লকডাউনত জনসাধাৰণক স্বাস্থ্যজনিত জৰুৰী বিধি হিচাবে নিজৰ ঘৰতে থকাৰ বাবে আহ্বান জনোৱা হৈছে। ঘৰতে থকাৰ এই দীঘলীয়া্ সময়ছোৱাত আমি পৰিয়ালৰ সৈতে কিছু মূল্যবান সময় অতিবাহিত কৰাৰ লগতে আমাৰ কিছু অভিৰুচিও পূৰণ কৰিব পাৰো। চিনেমা চোৱা অথবা কিতাপ পঢ়াতো আমাৰ বহুতৰে এক হবি। বন্ধৰ এই সময়ছোৱাত আপুনিও কিতাপ পঢ়া অথবা চিনেমা চোৱাৰ পৰিকল্পনা নিশ্চয় কৰিছে। যদি কৰিছে তেন্তে মাই গভ অসমৰ সৈতে শ্বেয়াৰ কৰক আপোনাৰ কিতাপ পঢ়া অথবা চিনেমা চোৱাৰ হবি।
বন্ধৰ সময়ছোৱাত আপুনি উপভোগ কৰা অথবা চোৱাৰ পৰিকল্পনা কৰি থকা পাঁচখন চিনেমাৰ নাম আমাক জনাওক। যদি আপুনি কিতাপ পঢ়ি ভাল পায়, তেন্তে আপুনি পঢ়ি থকা অথবা পঢ়াৰ পৰিকল্পনা কৰি থকা পাঁচখন গ্ৰন্থৰ নাম আমাক জনাওক।
গ্ৰন্থ অথবা চিনেমাৰ নাম সমূহ তলত মন্তব্য আকাৰে জনাব পাৰে।









Himanshu Bhuyan 5 বছৰ 10 হিচাপপূৰ্বে
Movies-
1. Parasite
2. 365 Days
3. Joker
4. Once Upon a Time in Hollywood
5. 1917
Books:
1. The Accidental Prime Minister
2. The Age of Kali
3. Raavan-The Enemy of Aryavarta
4. The Unbearable Lightness of Being
5. Strange Pilgrimage
Vijayakumar T 5 বছৰ 10 হিচাপপূৰ্বে
India history movie
All important movies
CHANDA NAGARAJU 5 বছৰ 10 হিচাপপূৰ্বে
I have seen RAMAYAN On my MOBILE when power is oFF
plz download the attachment
CHANDA NAGARAJU 5 বছৰ 10 হিচাপপূৰ্বে
I have seen also 5 Spritual serials during lock down period as follow
1. HANUMAN On DD Bharathi at 8AM
2. RAMAYAN on DD national at 9AM
3. MAHABHARATH on DD national at 12Noon
4. SHAKTHIMAN at 8PM
5. CHANAKYA
CHANDA NAGARAJU 5 বছৰ 10 হিচাপপূৰ্বে
I have seen 5 Moovies during 21 day lock down period as follows
1.BAHU BALI-II
2.SHOLAY
3.Super- 30
4.SAAHO
5.CHHICHHORE
CHANDA NAGARAJU 5 বছৰ 10 হিচাপপূৰ্বে
I Have read FIVE Books as follows
1. RAMAYAN
2. MAHA BHARATH
3. HOW to Shape the Personality published by Sri Rama krishna Math
4. Your Destiny is in Yours Hands in Telugu version
5. JEEVITHAM - SANDESHAM published by Sri Rama krishnamath
Anamika Talukdar 5 বছৰ 10 হিচাপপূৰ্বে
The five books I have read during this lock down are-
1. Brida by Paulo Coelho
2. Ei xomoy hei xomoy by Rita Choudhury
3. Raavan: enemy of Aryavartta by Amish Tripathi
4. The room on the roof by Ruskin Bond
5. Oximot jar heral xima by Kanchan Baruah
Hussain Ali 5 বছৰ 10 হিচাপপূৰ্বে
Movies
1.jurasic park
2. Jurasic world
3. Godzilla king of the monster
4. King Kong
5. Guardian of the galaxy
KRISHNA KAMAL BORAH 5 বছৰ 10 হিচাপপূৰ্বে
অধ্যয়ন কৰা পাঁচখন গ্ৰন্থ:
১. সাউদৰ পুতেকে নাও মেলি যায়।
২. পটাচাৰা।
৩. চিকাৰ কাহিনী।
৪. যুদ্ধ আৰু শান্তি।
৫. মৰাসুঁতি
Ashraf Ahmed 5 বছৰ 10 হিচাপপূৰ্বে
Movies :-
1. Terminator: Dark Fate
2. Rambo: Last Blood
3. Godzilla: King of the Monsters
4. Uri: The Surgical Strike
5. Hacksaw Ridge